গুৱাহাটীৰ নবীন নগৰৰ দৰে পৰিস্থিতি আমেৰিকাৰ নিউয়ৰ্কত

Share This Article

গুৱাহাটীৰ নবীন নগৰ , অনিল নগৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৷ সকলো জলমগ্ন ৷ ঘোষণা কৰা হৈছে – ষ্টেট অৱ ইমাৰজেন্সী ৷

ধৰাবাহিক বৰষুণ আৰু ধুমুহা বতাহৰ ফলত আমেৰিকাৰ অভিজাত চহৰখন এতিয়া পানীৰ মাজত আৱদ্ধ হৈ পৰিছে ৷ শেহতীয়া খবৰ অনুসৰি বৰষুণ শাম কাটিছে যদিও পৰিস্থিতি একেই আছে ৷ বিদ্যুৎ সংযোগ চেগাচোৰোগাকৈ আৰম্ভ হৈছে ৷ কিন্তু এতিয়াও দু:শ্চিন্তাত আছে চহৰখনৰ বাসিন্দাসকল ৷

সকলো ফটোৰ উৎস আনন্দ বজাৰ পত্ৰিকা
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.