Browsing Category
বিশ্ব
চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত
চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই…
আফগানিস্তানত দাড়ি কটা বন্ধ কৰিছে তালিবানেঃ হতবাক বিশ্ববাসী
তালিবানে আফগানিস্তানৰ হেলমান্দ প্ৰদেশৰ নাপিতসকলক স্থানীয় লোকৰ দাড়ি কাটি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। তালিবানে কব খোজে যে দাড়ি কটাটো ইছলামিক আইন বিৰোধী। BBCৰ এক নতুন প্ৰতিবেদন অনুসৰি হেলমান্দ প্ৰদেশৰ নাপিতসকলক গ্ৰাহকৰ দাড়ি নাকাটিবলৈ…
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই
দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ…
সাৱধানঃ আহি আছে কৰ’ণাৰ মাৰাত্মক ভেৰিয়েণ্ট “R.1”
⚫ আহি আছে কৰ'ণাৰ আটাইতকৈ ভয়ানাক নতুন প্ৰকাৰ "R.1"
⚫ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰিছে এই আতংক সৃষ্টি কৰি ভেৰিয়েণ্টতো।
⚫ "R.1"ভেৰিয়েণ্টে পুনৰ সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব আতংকময় পৰিবেশৰ।
⚫ সাধাৰণ ৰূপতকৈ এই ভেৰিয়েণ্টে অধিক ভয়ংকৰ ভাবে…
আফগানিস্তানৰ হেৰাট চহৰৰ চাৰিআলিত চাৰিটা মৃতদেহ ওলোমাই ৰাখিছে তালিবানেঃ কিন্তু কিয়?
পশ্চিম আফগানিস্তানৰ হেৰাট চহৰৰ পৰা অহা খবৰ অনুসৰি চাৰিজন লোকৰ মৃতদেহ পৃথক পৃথক চাৰিআলিত ওলোমাই থৈছে তালিবানে। বিবিচিৰ পাৰ্চী সেৱাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে অপহৰণৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোক কেইজনক প্ৰথমে…
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মুখ বন্ধ কৰিবলৈ কি কৈছিল ভাৰতৰ স্নেহা ডুবেই?
ৰাষ্ট্ৰসংঘত প্ৰায়েই চৰ্চাত থাকে ভাৰত-পাকিস্তানৰ কাশ্মীৰ প্ৰসংগ। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্নেহা ডুবেই পাকিস্তানক দিয়া প্ৰত্যুত্তৰে চৰ্চা লাভ কৰিছে সকলোতে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি চাইমা চালিমে দাবী কৰিছিল যে জম্মু-কাশ্মীৰ এটা…
আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
⚫ নিউয়ৰ্কত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
⚫ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আজি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
⚫ আজি বিয়লি ৬:৩০ বজাত ভাষণ প্ৰদান কৰিব মোদীয়ে।
⚫ভাষণত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী পদৰ প্ৰসংগত স্থান পোৱাৰ…
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিচৰ লগত আলোচনাত বহিল নৰেন্দ্ৰ মোডী
বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক…
সূদীৰ্ঘ এটা বছৰৰ অন্তত দাড়ি-চুলি কাটি আমেৰিকাত উপস্থিত হ’ল মোডীঃ কিন্তু কিয়?
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক সাক্ষাতৰ উদ্দেশ্যেৰে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দাড়ি-চুলি কাটি নতুন লুকত আমেৰিকাত অৱতৰণ কৰিছে মোডীয়ে। নৰেন্দ্ৰ মোডীৰ নতুন লুকক লৈ এতিয়া চৰ্চা চলিছে ছছিয়েল মিডিয়াত।
বিগত এবছৰ…
চীয়েৰ লীডাৰ্ছৰ নৃত্যৰ বাবেই আফগানিস্তানত নিষিদ্ধ কৰা হৈছে নেকি IPL?
BCCIৰ ঐশ্বর্যশালী টি-২০ প্ৰতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক মেচ…