Browsing Category
বিশ্ব
সুখবৰঃ অস্কাৰৰ দৌৰত প্ৰথম অসমীয়া ছবি ব্ৰীজ
এটা ভাল খবৰ। বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ আঁজুৰি অনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰণাংগনত নামিবলৈ সক্ষম হৈছে অসমীয়া ছবি ব্ৰীজ। বিদেশী ভাষাৰ ছবি(Foreign Language Films)ৰ মনোনয়ন(Nomination) বাবে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবে পঠিওৱা হব…
সংযুক্ত আৰৱ আমিৰশ্বাহীত আৰম্ভ হ’ল টি-২০ বিশ্বকাপৰ মহাৰণ
🔴 সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি আছে টি-২০ বিশ্বকাপৰ মহাৰণ
🔴 উদ্বোধনী মেচত পাপুৱা নিউগিনিক ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে ওমানে
🔴 দ্বিতীয় মেচতেই ঘটিল অঘটন! বাংলাদেশক হৰুৱাই চমক দেখুৱালে ক্ৰিকেটৰ শিশু স্কটলেণ্ডে
🔴 ২৪ অক্টোবৰত চিৰবৈৰী…
জুম্মা নামাজৰ সময়ত ভয়ংকৰ বিস্ফোৰণঃ নিহত ৪০
🔴 জুম্মা নামাজৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ
🔴 বিস্ফোৰণত মৃত্যু হৈছে ইজনৰ পিছত সিজন লোকৰ
🔴 ছিয়া মুছলমান সকলক লক্ষ্য কৰি কৰা হৈছিল আক্ৰমণ
🔴এই পৰ্যন্ত ৪০ জনৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে
🔴 আফগানিস্তানৰ কান্ধাহাৰত সংঘটিত হৈছে…
দুৰ্গা পূজাক কেন্দ্ৰ কৰি উত্তপ্ত বাংলাদেশঃ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই
দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বাংলাদেশ। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বাংলাদেশত বুধবাৰে দুৰ্গা পূজাৰ মণ্ডপত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে বাংলাদেশৰ নোৱাখালিৰ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিছে…
তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তইঃ ভাইৰেল ভিডিঅ
তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তই। ছছিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই ভিডিঅ। খবৰ অনুসৰি আফগানিস্তানৰ আশামাই মন্দিৰত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়।
তালিবানী ইতিহাসত প্ৰথমবাৰৰ বাবে নৱৰাত্ৰি উৎসৱৰ…
পাকিস্তান-ভূটানত কেনেকৈ ইমান কম দামত পোৱা যায় পেট্ৰ’ল?
ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। দেশৰ কেইবাখনো চহৰত পেট্ৰ'লৰ মূল্যই শতক অতিক্ৰম কৰিছে। কিন্তু ভাৰতত পেট্ৰ'লৰ মূল্য উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে পাকিস্তান-ভূটান-নেপাল-বাংলাদেশ-শ্ৰীলংকা কিম্বা ভেনিজুৱেলাত কেনেকৈ ইমান কম দামত পোৱা যায়…
কিহৰ বাবে দুখীয়া হ’ল ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ?
ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘণ্টামানৰ ভিতৰতে ৭ বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে। যাৰ ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত মাৰ্কৰ স্থান এক হ্ৰাস পাইছে। এজন হুইচব্ল'লাৰ আগবাঢ়ি অহাৰ পিছত আৰু বিভ্ৰাটে…
Just in: ঘোষণা হ’ল ২০২১ বৰ্ষৰ নোবেল বঁটা
আজি ঘোষণা কৰা হ'ল ২০২১ বৰ্ষৰ নোবেল বঁটা। ২০২১ বৰ্ষৰ মেডিচিন নোবেল ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে উত্তাপ আৰু স্পৰ্শ ৰিচেপ্টৰ আৱিষ্কাৰৰ বাবে লাভ কৰে। নোবেল বঁটা ঘোষণা কৰাৰ লগে লগে উৎসাহিত হৈ পৰিছে বিশ্বৰ সুধী সমাজ। এই বটাঁই চিকিৎসা…
এইবাৰ কুৱেইটৰ সংসদত অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ প্ৰসংগঃ কিন্তু কিয়?
ৰাজ্যৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা। হিংসাত্মক উচ্ছেদে জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ মাজতে অসমৰ উচ্ছেদক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদ চলি থকাৰ মাজতে কুৱেইটৰ সংসদত উত্থাপন হৈছে গৰুখুটিঁৰ উচ্ছেদ প্ৰসংগ। ভাৰতত মুছলমানৰ ওপৰত…
মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?
মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা…