জুম্মা নামাজৰ সময়ত ভয়ংকৰ বিস্ফোৰণঃ নিহত ৪০

Share This Article

🔴 জুম্মা নামাজৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ

🔴 বিস্ফোৰণত মৃত্যু হৈছে ইজনৰ পিছত সিজন লোকৰ

🔴 ছিয়া মুছলমান সকলক লক্ষ্য কৰি কৰা হৈছিল আক্ৰমণ

🔴এই পৰ্যন্ত ৪০ জনৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে

🔴 আফগানিস্তানৰ কান্ধাহাৰত সংঘটিত হৈছে এই বিস্ফোৰণ

🔴 উল্লেখ্য যে আহত বহু লোকৰ অৱস্থা সংকটজনক

🔴 প্ৰাথমিক তদন্তৰ প্ৰতিবেদন অনুসৰি আত্মঘাতী বোমাৰুয়ে সংঘটিত কৰিছিল বিস্ফোৰণ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.