সুখবৰঃ অস্কাৰৰ দৌৰত প্ৰথম অসমীয়া ছবি ব্ৰীজ

Share This Article

এটা ভাল খবৰ। বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ আঁজুৰি অনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰণাংগনত নামিবলৈ সক্ষম হৈছে অসমীয়া ছবি ব্ৰীজ। বিদেশী ভাষাৰ ছবি(Foreign Language Films)ৰ মনোনয়ন(Nomination) বাবে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবে পঠিওৱা হব এখন ছবি। এই ছবিখন নিৰ্বাচন কৰাৰ বাবে প্ৰাথমিক পৰ্য্যায়ত ১২ খন ছবি তালিকাভূক্ত কৰা হৈছে আৰু এই ১২ খন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমীয়া ছবি ব্ৰীজ। ছবিখন পৰিচালনা কৰিছে কৃপাল কলিতাই। উল্লেখ্য যে এই ১২ খন ছবিৰ ভিতৰত এখন ছবি বিদেশী ভাষাৰ ছবি(Foreign Language Films) হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰি অস্কাৰৰ মনোনয়ন(Nomination)ৰ বাবে প্ৰেৰণ কৰা হ’ব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.