Browsing Category
বিশ্ব
অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ…
চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হল ম্যানমাৰৰ নোবেল বঁটা বিজয়ী নেত্ৰী আং চান চু কী
কোভিড প্ৰটকল ভংগ আৰু উছতনি মূলক কথা প্ৰচাৰ কৰাৰ অপৰাধত সোমবাৰে ম্যানমাৰৰ ৰাজধানীৰ এখন বিশেষ আদালতে ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে দেশখনৰ বহিষ্কৃত নেত্ৰী আং চান চু কীক। ১ ফেব্ৰুৱাৰীত সেনাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ৭৬ বছৰীয়া নবেল বঁটা…
ক’ৰোনাৰ নতুন ৰূপ অমিক্ৰ’ন কি . কিমান ভয়ানক ?
ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’নৰ উপস্থিতি ভাৰততো ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই এক সংবাদমেলত সদৰী কৰে যে কৰ্ণাটকত দুজন লোকৰ দেহত অমিক্ৰ’নৰ সংক্ৰমন ধৰা পৰিছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা অহা লোক সুজন ২৭…
তুবালুৰ মৰ্মগাঁথা : চাৰিওফালে সাগৰ কিন্তু খাবলৈ এটুপি পানী নাই
এবাৰ চকু মুদি মনত পেলাওক আপোনাৰ গাওখন , আপোনাৰ এৰি অহা ঘৰখনৰ কথা ৷ পৃথিৱীৰ সকলোতকৈ ভাল লগা , আপোনা ঠাই , নিজৰ গাওখনেই নহয় জানো ? কিন্তু লাহে লাহে পৃথিৱীৰ ভূগোলৰ পৰাই যদি অদৃশ্য হৈ পৰে ঘৰখন , গাওখন ! এয়া কল্পনা কৰাটোও এক বিষাদৰ কথা ৷ কিন্তু…
ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?
বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক'ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক'ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে…
খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?
ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ…
পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নচ ট্ৰফী খেলিবলৈ যাবনে ভাৰত?
ক্ৰিকেটক লৈ ভাৰতীয় জনসাধাৰণৰ আৱেগ আৰু উন্মাদনা নতুন নহয়। কপিল দেৱৰ পৰা বিৰাট কোহলিৰ দিনলৈকে প্ৰতিখন খেলতে ভাৰতীয় সমৰ্থকে উজ্জীৱিত কৰি আহিছে প্ৰতিখন ষ্টেডিয়াম। ভাৰতৰ দৰে চুবুৰীয়া দেশ পাকিস্তান-বাংলদেশ-শ্ৰীলংকা আৰু আফগনিস্তানটো আছে…
আফগানী মহিলালৈ কি নতুন নিদের্শনা তালিবানৰ?
এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে শাসনভাৰ দখল কৰাৰ পিছত এছিয়াৰ হৃতপিণ্ড খ্যাত আফগনিস্তান এতিয়া অশান্ত। তালিবানৰ অধীনত এতিয়া আফগানিস্তানৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে বুলি বিশ্বৰ সৰ্বত্ৰ চৰ্চা চলিছে। কিন্তু তালিবান নেতৃত্বই দাবী কৰিছে যে…
হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?
এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো…
এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?
বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো…