সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

আজি কি ঘটিছে ইউক্ৰেইনত ?

• ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰত নিজৰ এটা ভিডিও পোষ্ট কৰি ঘোষণা কৰিছে যে তেওলোকে অস্ত্ৰ সম্বৰণ নকৰে ৷ • ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত অব্যাহত আছে যুদ্ধ ৷ • শণিবাৰে কিয়েভত কেবাটাও বিস্ফোৰণ সংঘটিত হয় ৷ • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা…

‘ৰাছিয়াৰ সন্মুখত আমাক অকলে এৰি দিয়া হ’ল৷ ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাৰ লগত কোনো…

https://www.youtube.com/watch?v=e33ILXZw7BI ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ সৈতে যুজিবলৈ সাজু থকা,কাকোয়েই আমি দেখা নাই৷এই গুৰুত্বৰ আৰু আবেগিক অভিযোগ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ৷বৃহস্পতিবাৰে আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন…

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

https://www.youtube.com/watch?v=t0iGmQW7H8c এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ…

কোন পথেৰে ইউক্ৰেইনৰ পৰা বাহিৰলৈ ওলাব আৱদ্ধ ভাৰতীয় ?

ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ…

ইউক্ৰেইনক লৈ আকৌ কি হুংকাৰ দিলে ৰাছিয়াই ?

ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানীত ইতিমধ্যে প্ৰৱেশ কৰিছে ৷ দুয়োপক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষন ৷ তাৰ মাজতে আকৌ এবাৰ হুংকাৰ দিছে ৰাছিয়াই ৷ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভৰোভে কয় যে ইউক্ৰেইনত এনে এক পৰিস্থিতিৰ উদ্ভৱ হ’ল যে ৰাছিয়া মৌন হৈ থাকিব…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ : খাবলৈ চাউল নাই , পানী নাই

‘ইউক্ৰেইনত আকাশী মাৰ্গৰ পৰা আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে ৷ বজাৰৰ পৰা সকলো লোকেই দাইল , আটা , চাউল কিনি লৈ গৈছে ৷ খাদ্য সামগ্ৰী কিনিবলৈ নোপোৱা হৈছে ৷ আমাৰ ওচৰত কেৱল মেগী , অলপ ফল মূল আৰু কিছু পৰিমানৰ ব্ৰেড আছে ৷…

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি কেন্দ্রীয় চৰকাৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে। এয়াৰ ইণ্ডিয়া বিমানেৰে ওভতাই আনিব ভাৰতীয়সকলক। প্ৰথমে ইউক্রেনত অধ্যয়ন কৰি থকা ছাত্র-ছাত্ৰীসকলক ওভতাই অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত…

ইউক্ৰেইন যুদ্ধৰ পৰিণতি কি ?

অৱশেষত দেখা গ’ল যে যুদ্ধভূমিত অকলশৰীয়া হৈ পৰিছে ইউক্ৰেইন ৷ আমেৰিকাই নিজৰ সেনা প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ ফ্ৰান্স , জাৰ্মানীয়েও পিছ হুহুকিছে ৷ একমাত্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক বাদ দি কোনো এজন ৰাষ্ট্ৰনেতাই যুদ্ধত নিজকে জড়িত কৰিবলৈ…