সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’ সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…

যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷…

যুদ্ধৰ সামৰণি পৰিবনে :আলোচনাৰ মেজত ইউক্ৰেইন – ৰাছিয়া

পাঁচটা দিনৰ নেৰানেপেৰা যুদ্ধৰ পাছত আৰম্ভ হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া ৷ যুদ্ধৰ সামৰণি পেলাবলৈ বেলাৰুছত দুয়োখন দেশৰ প্ৰতিনিধি আলোচনাত মিলিত হৈছে ৷ এই আলোচনা সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে এই আলোচনা সফল…

ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই। ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস। ইউক্রেনৰ ৰাজধানী কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন। ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন। এই…

কিয়েভৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰ : ভাৰতীয় ছাত্ৰ- ছাত্ৰীক ৰেলৱে ষ্টেচনলৈ যোৱাৰ আহ্বান

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা নৈশ সান্ধ্যআইন প্ৰত্যাহাৰ কৰা হৈছে ৷ ইয়াৰ পাছতে ভাৰতীয় দূতাবাসে তাত আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ – ছাত্ৰীসকলক ৰেলৱে ষ্টেচনলৈ যাবলৈ আহ্বান জনাইছে ৷ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , সোমবাৰে পুৱা ৮ বজাৰ পৰাই কাৰ্ফিউ…

প্ৰতিশোধ : অধিক বিপদৰ মাজলৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰী

ক্ৰমশ: অধিক বিপদৰ মাজত সোমাই পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল ৷ দেশখনৰ চেকপোষ্টত ভাৰতীয় ছাত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ বাবেই এই প্ৰতিশোধ লোৱা বুলি ছাত্ৰ –ছাত্ৰীসকলে…

ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য…