সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্ব

ৰাজাপাক্ষে পৰিয়ালৰ পৰা কেতিয়াবা মুক্তি পাম বুলি ভাবিছিলনে শ্ৰীলংকাই?

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ। আজি ৰাজপাক্ষেৰ পদত্যাগ পত্ৰ সংসদৰ গ্ৰহণ কৰিলে সংসদৰ অধ্যক্ষই৷ ৰাজপাক্ষেৰ পদত্যাগৰ পাছতেই শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেই কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰে।…

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী। শীৰ্ষত থকা ঋষি সোনকে কনজাৰভেটিভ পাৰ্টিৰ এলিমিনেচন ৰাউণ্ডত লাভ কৰিলে ২৫% ভোট। https://youtu.be/AqLgJAutu8g

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷…

ভোক : আধাপেটী মানুহেৰে ভৰিছে ভাৰতবৰ্ষ : ২২.৪ কৌটি লোকে খাবলৈ নাপায় দুবেলা দুসাজ

মহামাৰী কৰোনাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে স্পষ্ট হৈ পৰিছে ৷ মহামাৰীৰ সময়ত কৌটি কৌটি লোকে জীৱন জীৱিকা হেৰুৱাবলগীয়া হোৱাই নহয় , ব্যাপক খাদ্য সংকটৰো সন্মুখীন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অৱ ফুড চিকিউৰিটী এণ্ড নিউট্ৰিশ্যন ইন দ্য ৱৰ্ল্ড ২০২২’ শীৰ্ষক…

যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?

এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ…

কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?

কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক…

‘দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত নুপূৰ শৰ্মাই’ উচ্চতম ন্যায়ালয়

দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ দিল্লীলৈ স্থানান্তৰিত কৰাৰ আৱেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ তীব্ৰ তিৰস্কাৰ বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাক। https://youtu.be/XDL5y4m2GBY

ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ।

ইউক্ৰেইনৰ এটা শ্বপিং মলত ৰাছিয়াৰ মিছাইল আক্ৰমণ। সোমবাৰে হোৱা এই আক্ৰমণৰ ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ আহিছে। য'ত ১৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। https://youtu.be/xfOD9R7FRgY

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮…