সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ…

প্ৰশান্ত কিশোৰে কিয় পদত্যাগ কৰিলে ?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ আজি এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় -"আপোনাৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিলো ৷ এই দায়িত্বৰ পৰা…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ'ব , আকৌ ফুলগুৰিৰ ধেৱা হ'ব ৷ - গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক…

লাফিকুলক কোনে হত্যা কৰিছিল ?

এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ  নাম ৰাজহুৱা কৰিছে চি বি আয়ে । চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ'ল - ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী। এই তিনিওজন…

PEGASUS : বিগব্ৰাডাৰে চাই আছে নেকি আপোনাকো ?

জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস “নাইনটিন এইট্টি ফ’ৰ " ত আছে এটি বিখ্যাত চৰিত্ৰ ৷ বিগ ব্ৰাডাৰ হিচাপে পৰিচিত এই চৰিত্ৰটোৱে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ সাম্প্ৰতিক ভাৰতবৰ্ষতো আবিৰ্ভাব হৈছে এনে এজন অজ্ঞাত বিগব্ৰাডাৰৰ ৷ যিয়ে বচা বচা…

দিল্লীত কৃষকৰ অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ ‘আপ’ৰ।

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে

প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

আজি উচ্চতম ন্যায়ালয়ে আইনজীৱি তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ(Contempt of Court) গোচৰৰ শুনানিত প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত উচ্চতম…

কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ'ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ…