Browsing Category
Uncategorized
বিশ্বত ২০০ কৌটি চিৰিঞ্জৰ নাটনি :WHO ৰ আশংকা
ক’ৰোনা ভেকচিনৰ বাবে সমগ্ৰ বিশ্ব চিৰিঞ্জৰ নাটনিৰ সন্মুখীন হ’ব পাৰে ৷ এই আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ হুৰ এক প্ৰতিবেদনত কোৱা হয় যে অহা বছৰটোত ভেকছিন প্ৰদানৰ বাবে চিৰিঞ্জৰ নাটনি হ’ব পাৰে৷ ইয়াৰ ফলত ভেকছিন প্ৰদানৰ গতিও লেহেমীয়া…
আজি প্ৰধানমন্ত্ৰীৰে কি আলোচনা কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ?
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ তিনিদিনীয়া ভ্ৰমনসূচী লৈ সোমবাৰে ড: শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে ৷ এই সময়ছোৱাত তেও গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু দেশৰ নিৰাপত্তা…
যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে!
অৰূপ কলিতা
যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে , তেনেহ’লে সেয়া নিজৰ পৰাও লুকুৱাই ৰাখিব লাগিব ৷
পেগাছাছ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ যোৱা ২৭ অক্টোবৰৰ ৰায়দান আৰম্ভ হৈছে ইংৰাজী ঔপন্যাসিক জৰ্জ অৰৱেলৰ এই বাক্যশাৰীৰে ৷ পেগাছাছ…
কেদাৰনাথত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ?
জন্মু – কাশ্মীৰত সেনা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ’ল কেদাৰনাথ মন্দিৰত ৷ শুকুৰবাৰে কেদাৰনাথ মন্দিৰত সেৱা জনোৱাৰ পাছতে তেও মুকলি কৰে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ৷ ২০১৯…
প্ৰাকৃতিক দুৰ্যোগৰ দিশৰ পৰা দেশৰ সৰ্বাধিক স্পৰ্শকাতৰ জিলাৰ তালিকাত অসমৰ দুখন জিলা
জলবায়ু জনিত দুৰ্যোগৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ স্থিতিত আছে অসম
অসমক বান, খৰাং ঘূৰ্ণীৰ দৰে দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰবল সম্ভাৱনা
ৰাজ্যৰ আটাইতকৈ স্পৰ্শকাতৰ ঠাই ধেমাজি আৰু নগাঁও
ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডেক্সত অসমৰ নাম…
২৩ বছৰ আগতেই পুত্ৰ ড্ৰাগছ আৰু নাৰীৰ শৰীৰৰ প্ৰতি আসক্ত হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল শ্বাহৰুখেঃ…
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই বৰ্তমানো উত্তেজিত কৰি ৰাখিছে মুম্বাইৰ টিনচেল পল্লী। ২৩ বছৰীয়া আৰয়ান শনিবাৰে নিশাৰ পৰা সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। উল্লেখ্য যে আৰয়ানক…
শ্বেৰমান আলীৰ বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। শ্বেৰমান আলীৰ বিৰুদ্ধে কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুয়ে। শ্বেৰমান আলীৰ বিতৰ্কিত…
অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত
দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে…
এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছৰ বিস্ফোৰক তথ্য: সৰ্বাধিক দল বাগৰ নেতা কংগ্ৰেছৰ
দেশত প্ৰায়ে এটা দলৰ পৰা অন্য এটা দললৈ দল সলনি কৰা নেতাৰ প্ৰয়োভৰ পূৰ্বতকৈ বৃদ্ধি পায় আহিছে। এনে সময়তে "এছ'চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছ" ৰ এক প্ৰতিবেদনে আনিছে বিস্ফোৰক তথ্য। ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বিধানসভা আৰু সংসদীয় নিৰ্বাচনৰ…
নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু
যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷