Investigative reporting with dedication.

জলবায়ু জনিত দুৰ্যোগৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ স্থিতিত আছে অসম
অসমক বান, খৰাং ঘূৰ্ণীৰ দৰে দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰবল সম্ভাৱনা
ৰাজ্যৰ আটাইতকৈ স্পৰ্শকাতৰ ঠাই ধেমাজি আৰু নগাঁও
ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডেক্সত অসমৰ নাম
কাউঞ্চিল অন এনাৰ্জিয়ে প্ৰকাশ কৰিছে দেশৰ স্পৰ্শকাতৰ জিলাৰ তালিকা
দেশৰ ৪৬৩ খন অত্যন্ত স্পৰ্শকাতৰ জিলা চিনাক্ত
ধেমাজি আৰু নগাঁও দেশৰ অত্যন্ত স্পৰ্শকাতৰ জলবায়ুৰ অঞ্চলৰ ভিতৰত
প্ৰাকৃতিক দুৰ্যোগে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিব পাৰে এই ঠাইসমূহক
স্পৰ্শকাত অঞ্চলৰ আন্ত:গাঁথনিৰ প্ৰতিও নামি আহিছে ভাবুকি

