Browsing Category
Uncategorized
লতা মংগেশকাৰৰ বিয়োগত সর্বানন্দ সোণোৱালৰ শোক প্ৰকাশ
কোকিলকন্ঠী গায়িকা , ভাৰত ৰত্ন লতামংগেশকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোনোৱালে৷
তেখেতে উল্লেখ কৰে, “ লতাজীৰ বিয়োগ দেশৰ বাবে অপূৰনীয় ক্ষতি ৷ এয়া এটা যুগৰ অৱশান ৷ লতাজিৰ বিয়োগত ময়ো দেশবাসীৰ সৈতে দুখৰ সমভাগী…
পৰিয়ালৰ মাজতেই প্ৰতিদ্বন্দীতা৷ কংগ্ৰেছী শহুৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থীত্ব বোৱাৰীৰ৷
একেটা পৰিয়ালতে একেটা সমষ্টিতে পৃথক পৃথক প্ৰার্থী কংগ্ৰেছ বিজেপিৰ
পুত্ৰ বিজেপি মন্ত্ৰী৷পিতৃ কংগ্ৰেছৰ প্ৰার্থী৷শহোৰৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থী বোৱাৰী৷কংগ্ৰেছৰ সততে এটা বদনাম আছে,সেইয়া হৈছে পৰিয়ালতন্ত্ৰ৷কিন্তু একেই বদনামত এইবাৰ সাঙুৰ খাইছে…
কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ
নৰেন শইকীয়া
কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷…
পাঁচ ৰাজ্যত সামাজিক মাধ্যমে গঠন কৰিব নেকি চৰকাৰ?
https://www.youtube.com/watch?v=zYySUeJC7ac
অসমত অভাবনীয় বিত্ত সংকট , দেশত চাকৰিৰ মহাসংকট নেকি ?
https://www.youtube.com/watch?v=K1VTh-ahNvA
শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?
অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…
পঞ্জাৱত কি ভুল কৰিলে আপে?
আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ…
হিন্দুত্ব – হিতাধিকাৰীৰ ৰাজনীতি ৰুধিবলৈ অখিলেশ যাদৱৰ নতুন ৰণকৌশল কি ?
https://www.youtube.com/watch?v=Wve7ybYmoJA
বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবইঃ বিধায়ক ৰমাকান্ত দেউৰী
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সন্দৰ্ভত আচৰিত মন্তব্য। দেউৰীৰ মতে, PSO নাথাকিলে জনপ্ৰতিনিধিৰ নাথাকিব মৰ্যদা। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত নাথাকিব একো চিন। PSO নথাকিলে ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য। বিধায়কজনৰ মতে, বাইচাঞ্চৰ…
ৰে’ল দুৰ্ঘটনা: ভাতৃৰ শেষকৃত্য কৰি ঘৰলৈ ওভতা নহ’ল গুৱাহাটীৰ শান্তাদেৱীৰ
সৰু ভায়েকৰ মৃত্য়ুৰ খবৰ পাই যোৱা ২৩ ডিচেম্বৰত জয়পুৰলৈ ৰাওণা হৈছিল শান্তাদেৱী পাটানী ৷ গুৱাহাটী নিবাসী শান্তাদেৱী পাটানীয়ে ভাতৃৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতিছিল বিকানিৰ – গুৱাহাটী এক্সপ্ৰেছত ৷ কিন্তু বৃহস্পতিবাৰে পশ্চিমবংগৰ জলপাইগুৰিত…