Investigative reporting with dedication.
শ্ৰেণী Uncategorized
কোনে সম্পত্তি জব্দ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ?
ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষার্থীক উভতাই অনাত মোদী চৰকাৰৰ ব্যর্থতাক লৈ কি কলে ৰবিশ কুমাৰে?
ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ কি এই ‘পোৰামাটি’ কৌশল ?
যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই…
ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয় সাব্যস্ত কৰিব ৷ কিন্তু এই…
পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ’ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে যাদৱক৷ লালু প্ৰসাদ যাদৱক…
মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

আজি মাজুলীত অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ নেতা লুৰিণ জ্যোতি গগৈ আৰু জগদিশ ভূঞাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সংবাদমেলত অসম জাতীয় পৰিষদৰ…
লতা মংগেশকাৰৰ বিয়োগত সর্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

কোকিলকন্ঠী গায়িকা , ভাৰত ৰত্ন লতামংগেশকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোনোৱালে৷ তেখেতে উল্লেখ কৰে, “ লতাজীৰ বিয়োগ দেশৰ বাবে অপূৰনীয় ক্ষতি ৷ এয়া এটা যুগৰ অৱশান ৷ লতাজিৰ বিয়োগত ময়ো দেশবাসীৰ সৈতে দুখৰ সমভাগী হৈছো ৷…
পৰিয়ালৰ মাজতেই প্ৰতিদ্বন্দীতা৷ কংগ্ৰেছী শহুৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থীত্ব বোৱাৰীৰ৷

একেটা পৰিয়ালতে একেটা সমষ্টিতে পৃথক পৃথক প্ৰার্থী কংগ্ৰেছ বিজেপিৰ পুত্ৰ বিজেপি মন্ত্ৰী৷পিতৃ কংগ্ৰেছৰ প্ৰার্থী৷শহোৰৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰার্থী বোৱাৰী৷কংগ্ৰেছৰ সততে এটা বদনাম আছে,সেইয়া হৈছে পৰিয়ালতন্ত্ৰ৷কিন্তু একেই বদনামত এইবাৰ সাঙুৰ খাইছে এইবাৰ বিজেপিৰো নাম৷আমি কবলৈ ওলাইছো গোৱাৰ কথা৷সমাগত গোৱা নির্বাচন৷গোৱা নির্বাচনৰ…

