সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লতা মংগেশকাৰৰ বিয়োগত সর্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

কোকিলকন্ঠী গায়িকা , ভাৰত ৰত্ন লতামংগেশকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোনোৱালে৷

তেখেতে উল্লেখ কৰে, “ লতাজীৰ বিয়োগ দেশৰ বাবে অপূৰনীয় ক্ষতি ৷ এয়া এটা যুগৰ অৱশান ৷ লতাজিৰ বিয়োগত ময়ো দেশবাসীৰ সৈতে দুখৰ সমভাগী হৈছো ৷ এই শোকসন্তপ্ত মূহুর্তত তেখেতৰ অজস্ৰ গুনমুগ্ধলৈ মোৰ গভীৰ সমবেদনা যাছিলো”

- Donation -

Leave A Reply

Your email address will not be published.