Investigative reporting with dedication.
ক’ত গুৱাহাটীৰ GMC আৰু ক’ত ইন্দোৰৰ IMC ?

ডাষ্টবিন নাই অথচ দেশৰ শ্ৰেষ্ঠ পৰিস্কাৰ চহৰ ইন্দোৰ ১০ খন ছুপাৰ ছাকাৰ চলাব নোৱাৰা গুৱাহাটীৰ বিপৰীতে ইন্দোৰে দৈনিক চলাই ৮৫০ খন গাড়ী কৰ,কৃত্ৰিম বানত জুৰুলা গুৱাহাটীৰ বিপৰীতে ইন্দোৰৰ বাৰ্ষিক আয় ১৫ কোটি জাবৰৰ পৰা কোটিৰ ঘৰত উপাৰ্জন, হয়,আমি ভুল কোৱা…










