৩ বাৰৰ মুখ্যমন্ত্ৰী বিজেপিলৈ

Share This Article

বয়সেও ৰোধিব পৰা নাই কেপ্তেইন অমৰিন্দৰক

কেপ্তেইন অমৰিন্দৰ সিঙে দলে বলে যোগদান কৰিব বিজেপিত
৮০ বছৰীয়া অমৰিন্দৰ সিঙ পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

বিগত বৰ্ষত কংগ্ৰেছ ত্যাগ কৰিছিল কেপ্তেইন অমৰিন্দৰে

৫ টা দশক কংগ্ৰেছ দলত থকা সিং আছিল পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছ দল ত্যাগ কৰি অমৰিন্দৰে পঞ্জাৱ লোক কংগ্ৰেছ দল নামেৰে গঠন কৰিছিল এটা নতুন দল

অহা সপ্তাহত তেওঁ নিজৰ নতুন দলটো ভংগ কৰি যোগদান কৰিব BJP ত

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.