পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

Share This Article

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ’ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে যাদৱক৷ লালু প্ৰসাদ যাদৱক ইয়াৰ আগতেও চাৰিটা পশুখাদ্য কেলেংকাৰীৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.