বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবইঃ বিধায়ক ৰমাকান্ত দেউৰী

Share This Article

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সন্দৰ্ভত আচৰিত মন্তব্য। দেউৰীৰ মতে, PSO নাথাকিলে জনপ্ৰতিনিধিৰ নাথাকিব মৰ্যদা। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত নাথাকিব একো চিন। PSO নথাকিলে ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য। বিধায়কজনৰ মতে, বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবই। তেওঁ সাংবাদিকৰ আগত কৰা মন্তব্যৰ পাছতেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.