Browsing Category
চৰ্চিত
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?
অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ…
BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?
অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী…
আজি শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ নিৰ্দেশ কৰ্ণাটকত
হিজাব বিতৰ্কই ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ্ণাটকত তিনিদিনলৈ বন্ধ ঘোষণা কৰা হৈছিল ৰাজ্যখনৰ
বিদ্যালয়-মহাবিদ্যালয় সমূহ। এই বিতৰ্ক অব্যাহত থকাৰ মাজতেই আজি শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ নিৰ্দেশ দিয়া হয়। মুখ্যমন্ত্ৰী বশভৰাজ বম্মাই উপায়ুক্ত, এছ পি আৰু…
প্ৰত্যেকগৰাকী মুছলমান মহিলা ভুক্তভোগীৰ লগত থিয় হৈ আছে কেন্দ্ৰীয় চৰকাৰ: নৰেন্দ্ৰ মোদী
সম্প্ৰতি অব্যাহত থকা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত চাহাৰানপুৰৰ এক ৰেলীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ প্ৰতিটো অপৰাধমূলক ঘটনাৰ ভুক্তভোগীৰ লগত কেন্দ্ৰীয় চৰকাৰ থিয় হৈ আছে। প্ৰত্যেকগৰাকী মুছলমান সম্প্ৰদায়ৰ…
হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশৰ নিৰ্দেশ দিছিল প্ৰতিবাদকাৰীয়ে : মুছকান
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ'ই টোলপাৰ লগাইছে দেশ। ভিডিঅ'ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি "জয় শ্ৰী ৰাম" ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা…
ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?
ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…
শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)
বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান।…
মুখ্যমন্ত্রীৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী
আজি দেৰগাঁৱত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী। মুখ্যমন্ত্রীৰ সুৰক্ষা বাহিনীয়ে প্ৰৱেশ কৰিবলৈ নিদিলে মৰিয়নি সমষ্টিৰ বিধায়ক…
কি যুক্তিক অসমৰ মাটি মেঘালয়ক এৰি দিব বিচাৰিছে অসম চৰকাৰে?
অসম চৰকাৰে মেঘালয়ক এৰি দিব ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি।সৰ্বদলীয় বৈঠক পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।চুবুৰীয়া ৰাজ্যৰ লগত শান্তিত থকাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?
ৰাজ্যিক বিজেপিৰ প্ৰচাৰ ইণ্ডিয়া টুডেৰ সমীক্ষাত বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভিতৰত শীৰ্ষস্থানত আছে হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু ইণ্ডিয়া টুডেৰ সমীক্ষাত আচলতে কি তথ্য প্ৰকাশ পাইছে ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন।-…