প্ৰত্যেকগৰাকী মুছলমান মহিলা ভুক্তভোগীৰ লগত থিয় হৈ আছে কেন্দ্ৰীয় চৰকাৰ: নৰেন্দ্ৰ মোদী

Share This Article

সম্প্ৰতি অব্যাহত থকা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত চাহাৰানপুৰৰ এক ৰেলীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ প্ৰতিটো অপৰাধমূলক ঘটনাৰ ভুক্তভোগীৰ লগত কেন্দ্ৰীয় চৰকাৰ থিয় হৈ আছে। প্ৰত্যেকগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা যিসকলে সাম্প্ৰদায়িকতা অথবা অইন কোনো কাৰণত ভুক্তভোগী হৈছে তেওঁলোকৰ লগত আছে কেন্দ্ৰীয় চৰকাৰ। যিসকল ব্যক্তিয়ে মুছলমান মহিলাৰ প্ৰতি আক্ৰমনাত্মক হৈ উঠিছে তেওঁলোকে নিজৰ কন্যাসন্তানৰ উন্নতিত বাধা হৈ থিয় দিছে বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.