কি যুক্তিক অসমৰ মাটি মেঘালয়ক এৰি দিব বিচাৰিছে অসম চৰকাৰে?

Share This Article

অসম চৰকাৰে মেঘালয়ক এৰি দিব ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি।সৰ্বদলীয় বৈঠক পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।চুবুৰীয়া ৰাজ্যৰ লগত শান্তিত থকাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তাৰপছতে গৰজি উঠিছে ৰাজ্যৰ সচেতন সমাজ।শৰাই ঘাটৰ শেষ ৰণেৰে জাতি মাটি ভেটি ৰক্ষাৰ শ্লগানেৰে ৰাজ্যৰ ক্ষমতালৈ অহা লাচিত বৰফুকনৰূপী হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক সহজভাবে লব পৰা কোনো অসম প্ৰেমী ব্যক্তিয়েই।আমাৰ অসম কাততত এই সন্দৰ্ভত এটা বিশেষ লেখা লিখিছে বিশিষ্ট লেখক চন্দ্ৰকান্ত দাসে।২১ জানুৱাৰী তাৰিখে আমাৰ অসম কাততত প্ৰকাশিত চন্দ্রকান্ত দাসৰ অসম-মেঘালয় সীমা বিবাদ আৰু চন্দ্ৰচূড় কমিটী সম্পৰ্কীয় লেখাটোৰেই আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন।-

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.