সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

চৰ্চিত

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই…

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত…

কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত…

১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত…

কাৰ লুণ্ঠনৰ তথ্য গাপ দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?

কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড:…

গীতাশ্ৰীয়েই হ’বনে যৌতুকজনিত মৃত্যুৰ অন্তিমটো উদাহৰণ?

৫ দিন আইচিইউত জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুক সাৱতি ললে গীতাশ্ৰী তালুকাদাৰে৷ বিগত ১৮ মার্চত স্বামী প্ৰদীপ তালুকদাৰে ফাঁচী লগাই হত্যাৰ চেষ্টা চলাইছিল গীতাশ্ৰীক৷ ইয়াৰ পিছতেই পিতৃ গৃহই মৃতপ্ৰায় গীতাশ্ৰীক ভর্তি কৰে জি এমচি এইচৰ আই চি ইউত৷…

বাজপেয়ীৰ পৰা সৎ আৰু নিকা আদর্শ নিশিকিলে কিয় বিজেপিয়ে?

বহুতেই কয়,ভাজপেয়ী ভালেই৷কিন্তু দল ভাল নহয়৷সেই কথা সংসদৰ মজিয়াত এদিন নিজেই কৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷সেই কথাকেই সচা প্ৰমাণ কৰি আহিছে নেকি বিজেপিয়ে?গণতন্ত্ৰৰ এক অশুভ পৰম্পৰা,হর্ছ ট্ৰেডিং৷ৰাজ্যসভা নির্বাচনত এইবাৰ শাসকীয়…

যুদ্ধ, মধ্যভোগী নে উৎপাদনৰ অভাৱত বাঢ়িছে নেমুৰ দাম?

গ্ৰাহকে ১৫ টকাত কিনা নেমুটো কৃষকে বিক্ৰী কৰিছিল আঢ়ৈ টকাত৷ একেটা নেমুকে গ্ৰাহকক বিক্ৰী কৰি ব্যৱসায়ীয়ে লাভ অর্জন কৰিলে আঢ়ৈ টকা৷ কিন্তু বাকী ১০ টকাটো কলৈ গ'ল? নেমুৰ দাম কিয় বাঢ়িছে- উৎপাদনৰ অভাব,যুদ্ধ নে মধ্যভোগীৰ উপদ্ৰব? সৱিশেষ ৰাউণ্ড দ্য…

কেতিয়া আৰু কিমানবাৰ ২৩ লাখৰ কথা কৈছিল বিজেপিয়ে?

অখিল গগৈ- আপোনালোকে ২৩ লাখ চাকৰিৰ কথা কৈছিল। পীয়ুষ হাজৰিকা- আমি ২৩ লাখৰ কথা কেতিয়াও কোৱা নাছিলোঁ। প্ৰকৃততে কেতিয়া আৰু কিমানবাৰ ২৩ লাখৰ কথা কৈছিল বিজেপিয়ে? চাওঁক দ্য ক্ৰছকাৰেণ্ট এস্কপ্লেইনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…