কাৰ লুণ্ঠনৰ তথ্য গাপ দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?

Share This Article

কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ এনে দুমুখীয়া বক্তব্যৰ তথ্য প্ৰমান লৈ পলিটিক্স অৱ দ্য ডে –

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.