সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলে৷কিন্তু আজিলৈকে টেট শিক্ষকৰ চাকৰি নিয়মীয়া নহল৷তাৰেই পৰিণতিত আজি ৪০ হাজাৰ টেট শিক্ষকৰ গুৰু গর্জন৷আৰম্ভ কৰিছো দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইন৷

 

- Donation -

Leave A Reply

Your email address will not be published.