সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গীতাশ্ৰীয়েই হ’বনে যৌতুকজনিত মৃত্যুৰ অন্তিমটো উদাহৰণ?

৫ দিন আইচিইউত জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুক সাৱতি ললে গীতাশ্ৰী তালুকাদাৰে৷ বিগত ১৮ মার্চত স্বামী প্ৰদীপ তালুকদাৰে ফাঁচী লগাই হত্যাৰ চেষ্টা চলাইছিল গীতাশ্ৰীক৷ ইয়াৰ পিছতেই পিতৃ গৃহই মৃতপ্ৰায় গীতাশ্ৰীক ভর্তি কৰে জি এমচি এইচৰ আই চি ইউত৷ চিকিৎসালয়ত যুঁজি যুঁজি অৱশেষত ২৩ মার্চত মৃত্যুক সাবটি লয় ডেৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ গীতাশ্ৰীয়ে৷ চাওঁক এই প্ৰতিবেদন।-

 

- Donation -

Leave A Reply

Your email address will not be published.