Browsing Category
ৰাজ্য
টিভি থাকিলে অৰুণোদয় নাপায় !
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিভি,ফ্ৰীজ থাকিলে অৰুণোদয় পাব বুলি কৰা ঘোষণাক বৃদ্ধাংগুষ্ঠ দেখুৱালে এগৰাকী ৰাজহ চক্ৰ বিষয়াই ।অপদস্থ কৰিলে এগৰাকী বিধৱা মহিলাক।ওদালগুৰিত অৰুণোদয় ৱাৰ্ড সভাত ৰাজহ বিষয়া নৱদ্বীপ চাংমাইৰ হাতত অপদস্থ হয় এগৰাকী…
‘চলন্তিকা-২’ৰ উন্মোচন
জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন 'চলন্তিকা-২'ৰ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গৱেষক পণ্ডিত ড° দয়ানন্দ পাঠকে । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক…
বাগৰুম্বাই মুখৰিত কৰিব মেৰাপানী
গোলাঘাটৰ মেৰাপানীৰ চাংখাতিত অনুষ্ঠিত হ'ব সদৌ অসম বাথৌ মহাসভাৰ যুৱ সমিতিৰ ৰাজ্যিক অধিৱেশন। মেৰাপানী চাংখাতিৰ ৰাজহুৱা খেলপথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই অধিৱেশন।বাগৰুম্বা নৃত্যৰে মুখৰিত হ'ব মেৰাপানীৰ চাংখাটি।অধিৱেশনত উপস্থিত থাকিব…
মাত্ৰ ৭ বছৰীয়া মডেলে কঁপাইছে দেশ
শিৱসাগৰৰ ৭ বছৰীয়া আয়ুষ্মান শইকীয়াই মডেলিঙৰ লগতে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে । আয়ুস্মানৰ প্ৰকৃত ঘৰ শিৱসাগৰ জিলাত যদিও তেওঁ কৰ্মসূত্ৰে দুলীয়াজানত থকা পিতৃ প্ৰাঞ্জল শইকীয়া আৰু মাতৃ…
সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল থাওৰা
থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দবাদ ধ্বনিৰে উত্তাল পানীদিহিং।পানীদিহিং পক্ষী অভয়াৰণ্যলৈ ভাবুকিৰ সৃষ্টি কৰি খিলঞ্জীয়াৰ ম্যাদী ভূমিত এছকেভেটৰ চলাই বীৰত্ব প্ৰদৰ্শনত ব্যস্ত থাওৰাৰ বিধায়কগৰাকী।চৰকাৰী আঁচনি ৰূপায়ণৰ নামত থলুৱা লোকক…
সাহিত্য সভাৰ ‘ভাগ্য’ নিৰ্ণয় হ’ব শনিবাৰে !
অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি,প্ৰধান সম্পাদক আৰু উপ সভাপতি পদৰ বাবে শনিবাৰে নলবাৰীত হব ভোট গণনা।জিলা গ্ৰন্থাগাৰত গণনা কৰা হ'ব ভোট৷সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ দৌৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।মুঠ ৭৯১ টা শাখাৰ…
আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন
●ললিত গগৈ
আজি হেনো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন ।আজিকালি চেনেল-প'ৰ্টেলৰ এটা নতুন ট্ৰেণ্ড হৈছে ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কক জন্মদিনৰ শুভেচ্ছা জনাই দুষাৰ বাক্য লিখা ।ক'তা ! দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী, আনকি ৰাজ্যখনৰ…
হাইলাকান্দিৰ গাগলাচেৰা চাহ বাগিচাৰ শ্ৰমিকক বিজেপিৰ সাহায্য
যোৱা ১৫ ডিচেম্বৰত হাইলাকান্দি জিলাৰ গাগলাচেৰা চাহ বাগিচাৰ স্বত্বাধিকাৰ আৰু পৰিচালকে অবৈধ আৰু অনৈতিকভাৱে বাগিচাখন হঠাতে বন্ধ কৰি পলায়ন কৰে ।ফলস্বৰূপে, বাগিচাৰ শ্ৰমিকসকলৰ জীৱন অতি সংকটত পৰিছে। অনাহাৰে -অৰ্ধাহাৰে জীৱন অতিবাহিত কৰিব লগিয়া হৈছে…
যোৰহাটত বেবী ফুটবল লীগ
ফুটবলক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ পৰা ছাত্ৰ -ছাত্ৰী সকল যাতে ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি FIFA ই ১০ বছৰ পূৰ্বে চিন্তা কৰিছিল আৰু বৰ্তমান ভাৰত বৰ্ষত গ'ল্ডেন বেবী লীগ আৰম্ভ…
‘দুৰ্নীতিমুক্ত’ চৰকাৰৰ নমুনা
দুৰ্নীতিমুক্ত চৰকাৰ বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ দিনত আৰক্ষীয়ে কোনোমতে পেটেভাতে খাই থকা ৰিক্সাচালকৰ পৰাও সংগ্ৰহ কৰে ধন।আৰক্ষীৰ এই ধন সংগ্ৰহৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ই…