Browsing Category
ৰাজ্য
প্ৰাক্তন ৰাজহ মন্ত্ৰীৰ জন্মশতবাৰ্ষিকী পালন
কামপুৰৰ বিশিষ্ট সমাজসেৱক প্ৰাক্তন ৰাজহ মন্ত্ৰী লক্ষেশ্বৰ গোহাঁইৰ জন্ম শতবাৰ্ষিকী উদযাপন।এই শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বৃহত্তৰ কামপুৰ অঞ্চলৰ লগতে নগাঁও জিলাখনৰ সামাজিক সাংস্কৃতিক…
মাজুলীত ভাওনা সমাৰোহ
আগন্তুক ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰনগৰী মাজুলীত অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিত ভাওনা সমাৰোহ আয়োজক সমিতিৰ আমন্ত্রণ ক্ৰমে বৃহত্তৰ বিশ্বনাথ চাৰিআলিৰ গোৰ্খা সম্প্ৰদায়ৰ লোকে ব্ৰজাৱলী ভাষাত পৰিবেশন কৰিব শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট…
পাঠশালাত কিয় খং উঠিল মন্ত্ৰী ৰঞ্জিত দাসৰ?
দৰ্শকৰ মাজৰ পৰা খঙত অগ্নিশৰ্মা হৈ মঞ্চলৈ দৌৰি গ’ল মন্ত্রী ৰণজিৎ কুমাৰ দাস !পাঠশালাৰ অপেছাদাৰী নাট্যদল নাটমণ্ডলৰ ৰূপালী জয়ন্তী বৰ্ষৰ নাট্য সমাৰোহ তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পাঠশালাত।বুধবাৰে পাঠশালা নাটমণ্ডলৰ নিবেদন ইচ্ আস্ নামৰ…
সমষ্টি হেৰুৱায়ো সুখী ৰকিবুল হুছেইন !
সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ প্ৰসংগত দেশৰ নিৰ্বাচন আয়োগে যি জাননী জাৰি কৰিছে সেই সন্দৰ্ভত নগাঁৱত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত নিজৰ ব্যক্তিগত মতামত দাঙি…
সত্ৰাধিকাৰে হত্যা কৰিলে ভকতক !
নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱৰ দুৰামাৰি সত্ৰত সংঘটিত হৈছে এই হত্যাকাণ্ড।সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ প্ৰাঞ্জল মহন্তৰ কুঠাৰৰ ঘাপত মৃত্যু হয় সত্ৰখনৰ ভকত জয়নাথ বৰাৰ।ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তৰ…
গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ব গুৱাহাটী
৩০ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা । ইতিমধ্যে অসম…
অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২ ঘোষণা
বছৰটোৱে মেলানি মাগিবলৈ ওলোৱাৰ সময়তে অসমীয়া সাহিত্যৰ জগতলৈ উছাহ ভৰা শুভ বাৰ্তা কঢ়িয়াই অসম প্ৰকাশন পৰিষদে “অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা--২০২২” ৰ বাবে বাছনি কৰিছে পাঠক-সমালোচকৰ মন-মগজুক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বিশিষ্ট কথা-শিল্পী ড°…
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ পৰীক্ষা অনুষ্ঠিত
গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ কিছু পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। দেওবাৰে বন্ধৰ দিনটোত বিদ্যালয়খনত অনুষ্ঠিত হয় বিশেষ পৰীক্ষা।আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত…
‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ত এটা উমাল সন্ধিয়া
''জ্যেষ্ঠসকলে নতুন চামক উৎসাহ দিলেহে নতুনসকলে উত্তৰণৰ দিশে আগুৱাব পাৰে।'' গুৱাহাটীৰ উজানবজাৰস্থিত ‘সূৰ্য’ৰ অন্তৰংগ প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া আয়োজিত এক আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ, সমালোচক, সাংবাদিক বিতোপন বৰবৰাই এইদৰে কয়।…
আনন্দময় হ’ল ‘জলময়’ গাঁও !
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহখনি দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে । ১৯৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তী সমাৰোহৰ শনিবাৰে প্ৰথমটো দিনৰ…