Browsing Category
ৰাজ্য
ভাইৰেল মৃত মহিলাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ সেনাবিষয়া
তেজপুৰত অৱস্থিত সেনা বাহিনীৰ ফ’ৰক’ৰৰ জনসম্পৰ্ক ৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।হত্যাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেনাবাহিনীৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়াক। লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। সেনা…
কিনা পানী খায় অসুস্থ খেলুৱৈ
সকলো পেকেজ ড্ৰিংকিং ৱাটাৰৰ পানী বিশুদ্ধ নে ? ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে পেকেজ ড্ৰিংকিং ৱাটাৰৰ প্লেন্ট।গুণগত মান নথকা প্লেন্টৰ পানী খাই অসুস্থ হ’বলগীয়া হৈছে অসংখ্য লোক।কৰিমগঞ্জৰ ৰাম কৃষ্ণ বিদ্যানগৰত স্থাপন হোৱা এটা প্লেন্টৰ পেকেটিং…
বড়ো সাহিত্য সভাত গ্ৰন্থ উন্মোচন
বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনত শনিবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা ।এই সভাতেই ৪০ খনতকৈ অধিক গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচনী সভাত সাহিত্য একাডেমীৰ সদস্য দিগন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।অসমীয়া , বড়ো , বাংলা গুজৰাটী আদিকে ধৰি…
মছজিদৰ বাবে ভূমি দিলে হিন্দুৱে
মঙলদৈত সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন।এটা হিন্দু পৰিয়ালে মছজিদৰ নামত দান কৰিলে কোটি টকীয়া ভূমি।অলিখিত ভাবে ককা আইতাই মছজিদৰ নামত দান কৰা ভূমিৰ কাগজ পত্ৰৰ কাম কৰি দিলে নাতি নাতিনীয়েকে।৯০ বছৰ ধৰি মাটিৰ খাজনা দি আহিছিল মাটিৰ গৰাকী হিন্দু…
মৃত মাতৃক সাৱটি হিয়া ঢাকুৰিছে এটি বান্দৰে
মাতৃস্নেহ সকলোৰে থাকে৷সেয়া লাগিলে মানুহেই হওক বা আন জীৱজন্তু !মাতৃক হেৰুৱাই মৃতদেহ সাৱটি কন্দা এটা বান্দৰৰ পোৱালিৰ হৃদয়বিদাৰক দৃশ্যই সকলোকে এবাৰলৈ হ’লেও বাকৰুদ্ধ কৰি তুলিলে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ কাকৈজানাত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি…
আকাশ চোৱাৰ সপোন দেখা দিগন্তক শেষ বিদায়
অশ্ৰুশিক্ত নয়নেৰে চিৰ বিদায় টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাক।আজি পুৱা মোহনবাৰী বিমান বন্দৰত হায়দৰাবাদৰ পৰা অনা বৰাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শ্ৰদ্ধাঞ্জলি যাত্রা কৰি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়লৈ অনা হয়।চকুত অযুত সপোন লৈ সুদূৰ…
মগজু নখটুৱাৰ ফল পালে বিষয়াই
অসমৰ এগৰাকী ৮৫ বছৰীয়া গোৰ্খা ব্যক্তিক নিৰ্বাচনী বিষয়াই অবৈধ অনুপ্ৰৱেশকাৰী বুলি জাননী প্ৰেৰণ কৰি বিগত বছৰবোৰত তেওঁক হাৰাশাস্তি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকক অবৈধ অনুপ্ৰৱেশকাৰী…
ভুৱা আলফাক ধৰিলে আৰক্ষীয়ে
আলফা স্বাধীনৰ নামত ধন দাবী কৰি চাংসাৰিৰ পৰা আটক মাজুলীৰ কুমুদ বৰুৱা । মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা আলফাৰ নামত দাবী কৰিছিল ধন। বৰ্তমান গড়মূৰ আৰক্ষী জিম্মাত ভুৱা আলফা কুমুদ।মাজুলী আৰক্ষীৰ জালত আলফা স্বাধীনৰ নামত ধন দাবী কৰা ভুৱা আলফা কুমুদ…
কেৱল বিজেপিৰ বাবেহে অৰুণোদয়
শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহিল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলা।ৰাজপথতেই জিলা উপায়ুক্তক অভিযোগ ভুক্তভোগী মহিলাৰ।
বিজেপি দলৰ ১০০ টকীয়া টিকট লৈও লাভ নকৰিলে অৰুণোদয়ৰ আঁচনিৰ ধন।দৰিদ্ৰ মানুহৰ পৰিৱৰ্তে ধনী আৰু বিজেপি দলীয়…
অকলেই প্ৰতিন্দন্দ্বিতাত নামিব বিপিএফ
ওদালগুৰিত বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ বিশাল দলীয় সভা।বজালে লোকসভা নিৰ্বাচনৰ ৰণডংকা। ধাৰ লৈ হলেও হেলিকপ্তাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাব হাগ্ৰামা মহিলাৰীয়ে।কোকৰাঝাৰ আৰু মংগলদৈ লোক সভা সমষ্টিত বিপিএফ দলে একক ভাবে খেলিব নিৰ্বাচন।প্ৰায়…