Investigative reporting with dedication.
মৰিয়নীৰ দেৱাশিসে পালে ন্যায়

মৰিয়নীৰ গাভৰু আঠাইছ হিলৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ এদল মানৱ ৰূপী দানৱৰ হাতত প্ৰাণ হেৰুওৱা দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান সোমবাৰে যোৰহাট সত্ৰ ন্যায়ধীশ আদলতে প্ৰদান কৰে।প্ৰায় তিনিবছৰীয়া ন্যায় যুঁজৰ অন্তত গণপ্ৰহাৰৰ বলি হোৱা দেবাশিস হত্যাকাণ্ডৰ ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে…










