শ্ৰেণী ৰাজ্য

‘মদাহী’ চিকিৎসকৰ গোচৰত কাৰাগাৰ পালেগৈ নেতা

চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয়।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক অলক কুমাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে সংগঠনটোৱে।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।আজি চিলাপথাৰত অনুষ্ঠিত…

হত্যাৰ চেষ্টা চিকিৎসকক

ডিব্ৰুগড়ত চিকিৎসকক নিজ গৃহতে হত্যাৰ চেষ্টা ।ব্যাপক চাঞ্চল্য।আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ মাতৃৰ। ডিব্ৰুগড়ৰ এগৰাকী যুৱ চিকিৎসকক নিজ বাসগৃহতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।চিকিৎসক গৰাকীৰ নিজ…

‘জে’ললৈ যাব কংগ্ৰেছী পৱন খেৰা?’

উল্লেখ্য যে এখন সংবাদমেলত বিজেপি নেতা পৱন খেৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ সম্পৰ্কত মন্তব্য দিবলৈ গৈ কৈছিল ‘ নামটো দামোদৰ দাস কিন্তু কামবোৰ গৌতম দাসৰ।’এই মন্তব্যৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়বোৰ নেতাই কংগ্ৰেছ দলক সমালোচনাৰে থকাসৰকা…

য’তেই আছে তাতেই থকাৰ দাবী চিকিৎসালয়

টংলাত বিটিআৰ বঙালী ফেডাৰেশ্যন, টংলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্থানীয় ৰাইজে সোমবাৰে এক যৌথ সংবাদমেলৰ আয়োজন কৰে।ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৩০খন বিছনাযুক্ত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ নেৰা নেপেৰা দাবীত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত স্বাস্থ্য কেন্দ্ৰটো ১০০খন…

মানুহে মানুহৰ বাবে ভাবিছে শিৱসাগৰত

সামাজিক মাধ্যমত এটা আহ্বান। ইয়াৰ পিছতে সহায়ৰ হাত বহুজনৰ।হয়,শিৱসাগৰত অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিত মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠান।ৰাজ্যৰ জনপ্ৰিয় বাঁহী বাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে এই অনুষ্ঠান।শিৱসাগৰৰ কেইগৰাকীমান সমাজ কৰ্মীৰ এই মহৎ প্ৰচেষ্ঠা।সমাজ কৰ্মী…

অসমলৈ এম ভি গংগা

বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা এম ভি গংগা – বিলাস নামৰ বিলাসী River Cruise খন শুকুৰবাৰে আবেলি ধুবুৰী পাবহি।বিয়লি ৪ মান বজাত বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হ’ব ধুবুৰীত।বুধবাৰে বাংলাদেশৰ কুড়িগ্রামৰ চিলমাৰী নদী বন্দৰত লংগৰ কৰিছিল বিশ্বৰ দীর্ঘযাত্রাৰ river cruise…

নগাঁৱত নিষিদ্ধ জ’মেট’

ৰেষ্টোঁৰাৰ মালিক পক্ষক আভুৱা ভাৰি নগাঁৱত জ’মেট’ই চলাই আছে লুণ্ঠনৰাজ।সেয়ে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে নগাঁৱত নিষিদ্ধ কৰা হৈছে জ’মেট’ক।নগাঁৱৰ ৰেষ্টোঁৰা মালিক পক্ষই নিষিদ্ধ কৰিছে জ’মেট’ক।জ’মেট’ৰ বিৰুদ্ধে ৰেষ্টোঁৰা মালিক পক্ষক বঞ্চনাৰ অভিযোগ।জ’মেট’ই নিজ খেয়াল-খুচি মতেই খাদ্য সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ কৰি…

কাগজ কলো শেষ,কৰ্মচাৰীয়েও শেষ কৰিলে নিজক

“মোৰ অৱস্থা বেয়া, কোনো ফালৰ পৰা ৰাস্তা নাই”-এনেদৰে টোকা লিখি নিজকে নিঃশেষ কৰিলে অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে।বঙাইগাঁও জিলাৰ কাকৈজানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰ্থিক দুৰৱস্থাৰ বাবেই আত্মহত্যা যোগীঘোপাৰ অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ।১৯৭৪ চনতে অশোক কাগজ কলত এপ্ৰেন্টিজ হিচাপে…

তাৰালাংচ’ত আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ

আজিৰে পৰা ডিফুৰ তাৰালাংচ’ৰ বাকৰিত উৰিছে কাৰ্বি কলা-কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা।১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে চলিব ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ। পুৱাৰ ভাগত কাৰবি সকলৰ আদিগুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলিৰে আৰম্ভ হৈছে ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ।কাৰবি আংলঙৰ…

বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এক ব্যতিক্ৰমী পদক্ষেপ।সমষ্টিবাসীৰ মাজত ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিভা সন্ধানৰ উদ্দ্যেশ্যে প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ আয়োজন কৰিছে।দুটা পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত পঞ্চায়ত আৰু নগৰ পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিয়োগিতা।তাৰ পিছতেই ২৬,…