শ্ৰেণী ৰাজ্য

টিউটৰ নহয় শিক্ষকৰ স্বীকৃতি লাগে

শিক্ষকৰ মৰ্যদাৰ দাবীত ওদালগুৰিত বৃহস্পতিবাৰে টিউটৰসকলে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।শিক্ষকৰ মৰ্যদা নাপালে ৰাজপথত নমাৰ হুংকাৰ দিয়ে টিউটৰে৷ প্ৰয়োজনত দিশপুৰ- দিল্লীলৈ যোৱাৰো পণ লয় টিউটৰসকলে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শতাধিক টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড…

বাল্যবিবাহৰ অভিযুক্তৰ জামিন মঞ্জুৰ

বাল্যবিবাহৰ গোচৰত ১০ টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ ধুবুৰী আদালতৰ।প্ৰথম বাৰৰ বাবে ধুবুৰী আদালতে জামিন মঞ্জুৰ কৰে ১০ টা গোচৰৰ।ধুবুৰী আদালতত মঙলবাৰে মুঠ ১৩ টা বাল্য বিবাহৰ গোচৰৰ অভিযুক্তৰ বাবে আবেদন জনোৱা হৈছিল।ইয়াৰে ১০ টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ কৰে।ন্যায়াধীশ…

উন্নয়নৰ ফটাঢোল,৩ মাহে বিদ্যুৎ নাই কামপুৰৰ গাঁৱত

কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ অধীনৰ কচুৱাৰ লুটুমাৰীৰ জয়সাগৰবাসীয়ে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে লুটুমাৰীৰ তিনিখন গাঁৱত তিনি মাহে বিদ্যুৎ সংযোজন বন্ধ কৰি ৰক্ষা হৈছে। অঞ্চলটোৰ জয়সাগৰ গাঁও , মাটিখুলা গাঁও , আটি গাঁৱত বিগত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা বিদ্যুৎ কৰ্টন…

প্ৰগতিত লাগিল তলা

প্ৰশাসনে তলা লগলে শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোম।আজিৰ ভিতৰত সকলো ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰণ কৰাৰ নিৰ্দেশ।বিজেপি নেত্ৰী উপমা বৰাৰ মৃত্যুৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিৱসাগৰত। ইয়াৰ পিছতেই আজি প্ৰগতি নাৰ্চিংহোমত তলা লগালে শিৱসাগৰ জিলা প্ৰশাসনে।ইপিনে যোৱা মাহত এইখন চিকিৎসালয়তেই…

হাতীয়ে ঘটালে অঘটন

গুৱাহাটীৰ নাৰেংগীৰ সেনা শিবিৰত সংঘটিত এই ভয়ংকৰ ঘটনা ।শনিবাৰে নিশাৰ ভাগত হাতীয়ে আক্ৰমণ কৰে সেনা জোৱানজনক।আহত সেনা জনক আৰ্মি হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।মৃত জোৱান খামলিয়াং খাপৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।আমচাং অভয়াৰণ্যৰ হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই নাৰেংগী-চন্দ্ৰপুৰ…

‘টাইটানিক’ৰ নায়ক অসমলৈ

অসমলৈ আহিব ‘টাইটানিক’ৰ হিৰ’ ।লিঅ’নাৰ্ড ডি কেপ্ৰিঅ’ক মনত আছেনে? ‘টাইটানিকে’ৰে বিশ্ববাসীৰ মন মুহিছিল তেওঁ।গঁড় চাবলৈ আহিব লিঅ’নাৰ্ড।নব্বৈৰ দশকৰ জনপ্ৰিয় অভিনেতা গৰাকী বহুতো যুৱতীৰ বাবে আছিল নয়নৰ মণি৷হলিউডৰ অভিনেতা যদিও তেওঁ সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ বাবে হৈ পৰিছিল হাৰ্টথ্ৰৱ।সেইগৰাকী হাৰ্টথ্ৰৱ লিঅ’নাৰ্ড আহিব…

মুখ্যমন্ত্ৰীৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

উল্লেখ্য যে বিগত ১ ফেব্ৰুৱাৰীত এটা বিশেষ চেনেলৰ মালিকানাধীন কোম্পানীয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল এ আৰ ৰহমানৰ শ্ব’ৰ।এই শ্ব’ৰ নামত এ আৰ ৰহমানক এক মোটা অংকৰ ধন দিবলগীয়া হৈছিল আয়োজকমণ্ডলীয়ে। এই শ্ব’ৰ নামত ব্যয় হোৱা ধনৰ উৎস বিচাৰি সামাজিক মাধ্যমত সৰৱ…

পুনৰ ‘আৱিৰ্ভাৱ’ হাগ্ৰামাৰ !

কোকৰাঝাৰত উদযাপিত হৈছে ২১ সংখ্যক বিটিচি চুক্তি দিৱস।বিপিএফ দলৰ উদ্যোগত উদযাপন কৰা হয় এই বিটিচি চুক্তি দিৱস ।উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু প্ৰাক্তন বিএলটিৰ মাজত বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ এই দিনটোতে সম্পাদিত হৈছিল ঐতিহাসিক বিটিচি…

ৰঙেৰে ৰঙীন বিশ্বনাথ

বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে।ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ চলি আছে ।৫ দিনীয়া কাৰ্যসূচীৰে চলি থকা মহাবিদ্যালয় সপ্তাহৰ আজি চতুৰ্থটো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত পাঁচ…

AIUDF ৰ প্ৰতি নৰম কিয় আৰক্ষী?

বিধায়ক আবাসত অপহৃত যুৱতীক আশ্ৰয় । লাভ জেহাদৰ মেৰপাকত চেঙাৰ AIUDF বিধায়ক আশ্ৰাফুল হুছেইন । বৰপেটাৰ এগৰাকী অপহৃত যুৱতীক অপহৰণকাৰীৰ সৈতে দিছপুৰৰ বিধায়ক আবাসত আশ্ৰয় দি বিৰ্তকত AIUDF ৰ বিধায়ক গৰাকী ।উক্ত ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।জ্যোতিস্মিতা…