ক’ত হেৰাল অসম পুলিচ?

Share This Article

মহাৰাষ্ট্ৰৰ বিধায়কে অসমক অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰিপুণ বৰাৰ ।ৰিপুণ বৰাৰ প্ৰশ্ন – ‘কিয় শুই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?”বাল্য বিবাহ দেখা পোৱা , নিৰপৰাধী লোকৰ ঘৰত বুলড’জাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে দেখুৱাওক মহাৰাষ্ট্ৰৰ বিধায়কৰ ওপৰত বীৰত্ব’ ‘কোনো এখন ৰাজ্যৰ বিধানসভাত কোনো ৰাজ্যৰ আৱেগক আঘাত কৰা মন্তব্যক লগে লগেই শুধৰাই দিয়াৰ দায়িত্ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ’-এনেদৰে কয় তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।জিগনেশ মেৱানী, পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব পৰা মুখ্যমন্ত্ৰীৰ পুলিচ বাহিনী আজি ক’ত গ’ল বুলিও প্ৰশ্ন কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.