Browsing Category
ৰাজনীতি
পুনৰ আৰম্ভ সাৰদাৰ তদন্ত
পুনৰ আৰম্ভ সাৰদাৰ তদন্ত পুনৰ সাৰদাৰ পাত লুটিয়াইছে ED এ
সোধপোচৰ বাবে মাতিব প্ৰভাৱশালী ব্যক্তিক কোন এই প্ৰভাৱশালী ব্যক্তি?
পুনৰ দুটা একাউণ্ট জব্দ কৰিছে ED এ ৮ টা বছৰ পাৰ হৈ গ’ল৷লুইতৰ বুকুৱেদি পাৰ হৈ গ’ল বহুত পানী৷কিন্তু প্ৰায় ২০০০…
‘কৰাপচন’,’কমিচন’,’ক্ৰিমিনেল’ৰ ৰাজত্ব গুজৰাটত ?
'কৰাপচন,কমিচন ,ক্ৰিমিনেলাইজেছন চলিছে গুজৰাটত !' মৰবী দলঙেই গুজৰাটৰ দুৰ্নীতি,অপৰাধী আৰু পাৰ্চেণ্টে জত কাম চলাৰ উৎকৃষ্ট উদাহৰণ !এই অভিযোগবোৰ আমাৰ নহয়,এই অভিযোগ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিগ্বিজয় সিঙৰ।“মৰবী দলং নিৰ্মাণ কৰা কোম্পানীটোৰ মুখ্য…
কাৰো কথা কোনেও নুশুনে বিজেপিত?
দুৰ্ঘোৰ অমানিশা নামিছে বিজেপিৰ !বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল অতচ্ছে দিনৰ কিন্তু এতিয়া দলটোৰ নিজৰেই চলিছে বেয়া দিন। শৃংখলাবদ্ধ বিজেপি দলত শেহতীয়াকৈ দেখা গৈছে ভয়ানক বিশৃংখলতা। প্ৰধানমন্ত্ৰী মোডী,অমিত শ্বাহৰ কথাকো কেৰেপ নকৰা হৈছে বিজেপিৰ…
একে ঘাটৰ পানী খাব নেকি তেজস্বী-গাডকাৰীয়ে?
হঠাৎ তেজস্বী যাদৱৰ 'দৰদ' কিয় বিজেপিলৈ? নীতিন গাডকাৰীৰ প্ৰশংসাত পঞ্চমুুখ তেজস্বী যাদৱ “মোৰ কোনো সন্দেহ নাই গাডকাৰীয়ে নিজৰ বিভাগটো খুব সুন্দৰভাৱে চলাই আছে। আমি তেওঁৰ নিচিনা আৰু কেন্দ্ৰীয় মন্ত্ৰী বিচাৰিছিলোঁ। তেওঁৰ এক যোগাত্মক মন আছে।সকলো যদি…
ভেটি তচনচ,তথাপিও ল’লে মুখ্যমন্ত্ৰীৰ নাম
সমাগত গুজৰাট নিৰ্বাচনক লৈ বিজেপিৰ দৈনিক বৃদ্ধি পাইছে দুঃশ্চিন্তা।কাৰ নামত ভোট বিচাৰিব,তাকে লৈ পাৰ নোপোৱা হৈছে বিজেপি।আপৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশলে শংকিত কৰিছে বিজেপিক।আপে জনতাৰ মতামত লৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে,কিন্তু বিজেপিৰ ওৰ পৰা নাই…
ভাষণ আৰু শ্ৰোতা দুয়োটাই ভুৱা নেকি প্ৰধানমন্ত্ৰীৰ?
কিমান জনপ্ৰিয় নৰেন্দ্ৰ মোডী?বাছত ওলমি মোডীৰ সভালৈ অহা মানুহবোৰ কোন?ভাষণতটো মিছা মাতেই,অনুগামীও মিছা প্ৰধানমন্ত্ৰী মোডীৰ।প্ৰধানমন্ত্ৰী মোডীৰ সভা মানেই জনসমাগম এয়া কোনো নতুন কথা নহয়।বাস্তৱিক ভাষণ হওক বা নহওক,প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ বিৰ দি…
বিজেপি ত্যাগ ‘বাহুবলী’ৰ
এসেকা দিবলৈ সাজু বিসম্বাদী ! বিজেপিৰ ৬ বাৰৰ বিধায়কে ত্যাগ কৰিলে বিজেপি । ৱাঘ’দিয়াৰ সমষ্টিৰ বিধায়কে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী । ৱাঘদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীয়ে ১৯৯৫ চনত বিজেপিত যোগদান কৰিছিল।তেতিয়া তেওঁ আছিল নিৰ্দলীয় বিধায়ক। “ মই বিজেপি…
গাঁৱৰ প্ৰতি জন মানুহক মাত দিয়া মানুহজন মুখ্যমন্ত্ৰী হ’ব !
২০২১চনৰ ১২ ছেপ্তেম্বৰ ! সেই দিনটোতেই নভৱা নিচিন্তাকৈয়ে কপাল ফুলিছিল এজন সাধাৰণ ব্যক্তিৰ।সাধাৰণ যদিও ব্যক্তিজন আছিল অসাধাৰণ !১২ ছেপ্তেম্বৰৰ দিনা তেওঁ আন দিনাৰ দৰেই নিজৰ সেই সৰু ঘৰটো এৰি দলৰ এখন জৰুৰী বৈঠকলৈ গৈছিল।সেইদিনা উভতি আহোঁতে তেওঁ এখন…
‘যা তা বকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’
বিগত ১৮ অক্টোবৰত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল গান্ধী পৰিয়াল সমৰ্থিত প্ৰাৰ্থী মল্লিকাৰ্জ্জুন খাৰ্গে আৰু শশী থাৰুৰে। কিন্তু নিৰ্বাচনত শশী থাৰুৰে লাভ কৰিলে মাত্ৰ ১০৭২ টা ভোট৷তাৰ…
ধৰ্ষণকাৰীক ‘সংস্কাৰী’ সজায় গুজৰাটত?
'ব্ৰাহ্মণ সকল সংস্কাৰী' বুলি কোৱা গুজৰাটৰ বিধায়ক গৰাকীক মনত আছে নে? গোধৰা কাণ্ডৰ ধৰ্ষণকাৰী ব্ৰাহ্মণ ,গতিকে ব্ৰাহ্মণে বেয়া কাম মানে ধৰ্ষণ-হত্যা আদি কৰিব নোৱাৰে-এয়া আছিল গুজৰাটী বিজেপি বিধায়কৰ যুক্তি।এই যুক্তিৰে সমাজত অসূয়া অশান্তিক উৎসাহিত…