Browsing Category
ৰাজনীতি
কংগ্ৰেছত মোক্ষম আঘাত !
প্ৰধানমন্ত্ৰীৰ 'টোপ’ত ভোল গ’ল মেঘালয়ৰ কংগ্ৰেছী ।প্ৰধানমন্ত্ৰী দিল্লী নাপাওঁতেই দল এৰিলে কংগ্ৰেছীয়ে ।মেঘালয়ত ২০২৩ চনৰ প্ৰথম ভাগতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু…
‘ভাৰত জোড়ো’ত অথন্তৰ
'ভাৰত জোড়ো' যাত্ৰাৰ সময়ত।অস্বস্তিত পৰিছে ৰাহুল গান্ধী !এটা বিশেষ শ্লোগানৰ বাবে অস্বস্তিত পৰিল ৰাহুল গান্ধী !
কি এই শ্লোগান ?ভাৰত জোড়ো যাত্ৰাই ১০০ দিনত ভৰি দিলে।দেওবাৰে পুৱা এই যাত্ৰা আৰম্ভ হয় ৰাজস্থানৰ দৌচাৰ পৰা।এই যাত্ৰাৰ সময়ত এক বিশেষ…
আদানিৰ ‘ৰাজনীতি’ !
প্ৰতিশোধ পৰায়ণতাত নামিছে বিজেপিৰ ঘনিষ্ঠ আদানি ! বিজেপিক হৰুৱাৰ প্ৰতিশোধ আদানিৰ ! হিমাচলত বন্ধ কৰি দিলে চিমেণ্টৰ কাৰখানা ! সংস্থাপন হেৰুৱালে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ।বিলাসপুৰ জিলাৰ এচিচি চিমেণ্ট প্লেণ্ট আৰু চলান জিলাৰ দৰলঘাটৰ অম্বুজা চিমেণ্ট…
‘আৰে, আপুনিয়েই কৈ থাকিব নে’ ..
সুৰা নীতি সম্পৰ্কত প্ৰশ্ন কৰাত খং উঠিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।বিষাক্ত সুৰা সেৱন কৰি মঙলবাৰে ৬ জন লোকৰ মৃত্যু হোৱাৰ ওপৰিও প্ৰায় ১৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈছিল।বিহাৰৰ চাৰণ জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সম্পৰ্কত চৰকাৰক…
‘ভাৰত জোড়ো’ত দ্বিতীয় মনমোহন সিং !
RBI ৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন হ’ল ৰাহুল গান্ধীৰ সংগী ।'ভাৰত জোড়ো’ত সংগ দিলে ৰঘুৰাম ৰাজনে।
ৰাজস্থানৰ চাৱাই মধুপুৰত বুধবাৰে 'ভাৰত জোড়ো' যাত্ৰাৰ সামৰণি পৰিব।'ভাৰত জোড়ো যাত্ৰা'ত বুধবাৰে অংশ ল’লে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে…
বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছী
উচতনি দি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা। মোডীৰ 'হত্যা'ইহে কৰিব গণতন্ত্ৰ প্ৰতিষ্ঠা।এই অভিযোগ কৰা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গ্ৰেপ্তাৰ।মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰ৷আজি পুৱা গ্ৰেপ্তাৰ কৰে পাটেৰিয়াক।মধ্য প্ৰদেশৰ এই গৰাকী জ্যেষ্ঠ…
হাৰিল অথচ সুখী কেজৰিৱাল কিন্তু কিয়?
৮ ডিচেম্বৰৰ দিনটোতেই গুজৰাটৰ পৰা আহিল বিজেপি লৈ ভাল খবৰ !খবৰো খবৰ,একেবাৰে কল্পনাতীত খবৰ !১৮২ খন আসনৰ ১৫৬ খনতেই জয়ী হ’ল বিজেপি !অভাৱনীয়,অকল্পনীয়,অভূতপূৰ্ব,অবিশ্বাস্য এই ফলাফল !বিৰোধীক যেনেকৈ এই ফলাফলে স্তম্ভিত কৰিছে,তেনেকৈ স্তম্ভিত কৰিছে…
কোন হ’ব হিমাচলৰ মুখ্যমন্ত্ৰী?
১৫৬ জন বিজেপি বিধায়কক লৈ গুজৰাটত নাই বিসম্বাদ,৪০ জনকলৈয়ে হাহাকাৰ হৈছে কংগ্ৰেছত।সংখ্যাৰে যিমানেই ধনী নহওক,কংগ্ৰেছৰ মুখ্যমন্ত্ৰীত্বক লৈ খোৱাকামোৰা সৰ্বজনবিদিত ।হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা…
সমষ্টি সৰু , পাৰ্থক্যও কম
কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে হিমাচল প্ৰদেশত ।ৰাজ্যখনৰ মুঠ ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছ দলটোৱে ৪০ খন আসনতেই জয় লাভ কৰিলে ।ইয়াৰ বিপৰীতে বিজেপি দলে ২৫ খন আৰু অন্যান্যই ৩ খন আসন লাভ কৰিলে৷আপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো আসন লাভ…
ফ্লপ হ’ল গৃহমন্ত্ৰী অমিত শ্বাহৰ ঐতিহাসিক চুক্তি !
মেঘালয় উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে অসম -মেঘালয় ভূমি বিবাদ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে।অসম -মেঘালয় সীমান্তৰ ১২টা বিবদমান অঞ্চলৰ ৬ টা অঞ্চলক লৈ মেঘালয় ন্যায়ালয়ে কোনো চুক্তি সম্পাদন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট…