সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

পুনৰ পদত্যাগ আপ মন্ত্ৰীৰ

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ দ্বিতীয়গৰাকী মন্ত্ৰীৰ ।দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পদত্যাগ কৰে মান মন্ত্ৰীসভাৰ দ্বিতীয়গৰাকী মন্ত্ৰীয়ে৷মান মন্ত্ৰীসভাৰ খাদ্য আৰু শস্য দপ্তৰৰ মন্ত্ৰী ফৌজা সিং চাৰাৰীয়ে শনিবাৰে…

ইপাৰো নহ’ল,সিপাৰো নহ’ল আজাদ !

গোলাম নবী আজাদৰ দল ত্যাগ কৰিলে তেওঁৰে প্ৰাক্তন সতীৰ্থই।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোলাম নবী আজাদৰ লগত কংগ্ৰেছ দল ত্যাগ কৰা মুঠ ১৭ জন নেতাই পুনৰ যোগদান কৰিলে কংগ্ৰেছত।শুকুৰবাৰে আজাদৰ নতুন দল এৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহে এই নেতা কেইজন।দললৈ…

ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ…

ৰাজ্যপাল নে বিজেপি নেতা?

তামিলনাডুৰ শাসক দল ডিএমকে গৰজি উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে।ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে শাসক দলটোৰ নেতৃবৰ্গ।লোকসভা সাংসদ টি আৰ বালুৱে কয় “ তামিলনাডু বিজেপিৰ বাবে ইয়াৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যথেষ্ট।কিন্তু ইয়াৰ ৰাজ্যপাল গৰাকীয়েহে…

ৰাহুল গান্ধী ‘পাপ্পু’ নে ‘ফৰেষ্ট গাম্প’?

৫২ বছৰীয়া এজন উদাসীন ৰাজনীতিক আজি এজন দুৰ্বোধ্য নেতা । কিয় আজি তেওঁ বাতৰিৰ শিৰোনামত? হয়, ৰাহুল গান্ধীৰ কথাই ক’ব বিচৰা হৈছে। ছোনিয়া তনয় ৰাহুল গান্ধী আজি সৰ্বত্ৰ চৰ্চিত। AC ৰুমত বহি ৰিম'ট কন্ট্ৰ'লৰ ৰাজনীতিহে কৰিব পাৰে বুলি অভিযোগ থকা ৰাহুল…

ৰাহুল গান্ধীক প্ৰশংসা RSS ৰ

ভাৰত জোড়ো যাত্ৰাক প্ৰশংসাৰে উপচাই পেলালে আৰএছএছ নেতাই।উত্তৰ প্ৰদেশত 'ভাৰত জোড়ো যাত্ৰা' প্ৰৱেশ কৰাৰ লগে লগে সাধাৰণ জনতাক আকৰ্ষণ কৰিব পৰাকৈ ৰাহুল গান্ধীয়ে কৰিছে বিভিন্ন ঘোষণা ৷ইয়াৰ98o ভিতৰত কংগ্ৰেছ ক্ষমতালৈ আহিলে সেনাবাহিনীৰ অগ্নিপথ বাতিল…

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা !

ত্ৰিপুৰাৰ গোমটী জিলাত অৱস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ । মঙলবাৰে নিশা দুৰ্বৃত্তই বিপ্লৱ দেৱৰ বাসগৃহত আক্ৰমণ চলায়।চিপিআই(এম) ৰ পৃষ্ঠপোষকতাত এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰিছে বিজেপিয়ে।বিৰোধী দলৰ অভিযোগ যে বিপ্লৱ…

প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু…

প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু…

কাম নকৰিলেও বিজেপিক ভোট লাগিবই !

ত্ৰিপুৰাত শাসক দল বিজেপিয়ে ইমানেই জনহিতৈষী কাম কৰিলে , এতিয়া সমাৱেশ আৰু সভা পাতিহে জনতাক তাৰ খতিয়ান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰাবাসীৰ সমস্যা সমাধানৰ পৰিবৰ্তে দল তথা চৰকাৰখন অধিক সময় ব্যস্ত থাকিল…