সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

মতামত

নিষ্ঠুৰ নিয়তি! বগা সাজ পিন্ধি নামঘৰলৈ যোৱা পৰীমিতা গাত বগা কাপোৰ মেৰিয়াই উভতি আহিল ঘৰলৈ…

দুচকুত অযুত স্বপ্ন লৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷ বিগত ফেব্রুৱাৰী মাহত এক নতুন উদ্যমেৰে মহাবিদ্যালয়খনত যোগদান কৰিছিল পৰীমিতাই৷ কিয়নো তেওঁৰ অন্যতম প্রিয় স্থানসমূহৰ এটা স্থান আছিল মাজুলী৷…

ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

জুৰি বৰুৱা কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে…

মাজুলীৰ দাবী : আমাক এখন দলং লাগিবই

নৱজিৎ চেলেং আজিৰ তাৰিখত আমি কি বিচাৰিম- জীৱনৰ মূল্য নে এখন দলঙৰ দাবী, দুৰ্ঘটনাত পতিত মানুহৰ বাবে ন্যায় নে ৰাজনৈতিক ষড়যন্ত্ৰৰ দাবীত এক গণ আন্দোলন? হয়তো সেই দোমোজাৰেই আজি মাজুলীৰ পদূলিবোৰলৈ সন্ধিয়াটো সোমাই আহিছে। ৰাতিটোৱে ঘৰবোৰক গিলি…

শিক্ষকতাৰ এক অম্লান স্মৃতি

হেমেন দাস ১৯৬১ চন। মই গুৱাহাটীৰ ছাত্রীবাৰীৰ আৰবান বেচিক স্কুলৰ প্ৰধান শিক্ষক আছিলো। এদিন স্কুল ছুটিৰ পাছত বিলপাৰৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছিলো। হঠাৎ এজন ৫/৬ বছৰীয়া ল’ৰাই পিছ ফালৰ পৰা আহি মোৰ ধুতিত খামুছি ধৰি ক’ব ধৰিছিল "হেড মাষ্টৰ ,…

কলহীৰ মৃত্যু হয় নীৰৱে

দিমালী ৰাজবংশী পটভূমিঃ ক) গুৱাহাটী চহৰত আটাইতকৈ ভদ্ৰ, শিক্ষিত আৰু ধনী মানুহখিনি থাকে। সৰুতে গা ধোৱা, পানীখোৱা ভৰলু নদীৰ কাষেৰে এতিয়া তেওঁলোকে নাকত ৰুমাল গুজি পাৰ হয়। ভৰলুলৈ চালে ভাব হয় গুৱাহাটীত আটাইতকৈ অভদ্ৰ, অশিক্ষিত আৰু ভৱিষ্যত…

তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

বিপুল কলিতা এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক "শৰিয়া" আইনক  কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে,  স্থানীয়  আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ…

আফগানিস্তান : প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দায়িত্ব পাহৰিছে নেকি ?

অৰূপ কলিতা ধৰ্মান্ধতাৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মই অস্ত্ৰ নেকি ? গোড়ামিৰ বিৰুদ্ধে যুঁজত সংকীৰ্ণতাই ঢাল নেকি ? এই প্ৰশ্নবোৰ উত্থাপণ হৈছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকৰ পাছত ৷আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ…

আফগানিস্তানত নাৰীৰ আৰ্তনাদৰ অন্ত কেতিয়া ? নীৰৱ কিয় ৰাষ্ট্ৰসংঘ ?

জুৰি বৰুৱা "মই কেতিয়াও ভবা নাছিলো আমি আকৌ সেই বিশ বছৰ আগৰ দিনবোৰলৈ উভতি যাব লাগিব। বিগত বিশ বছৰে আমি নিজৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ বাবে কৰা যুঁজখন খন্তেকতে ধূলিসাৎ কৰি পেলালে তালিবানে। গোটেই বিশ্বৰ আগত আজি…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ…

কিয় লাগে আপোনাক – লাভলীনাৰ ধৰ্ম কি ?

লাভলীনাই বক্সিঙত আৰু পি ভি সিন্ধুয়ে বেডমিন্টনত জয় কৰিলে ব্ৰঞ্জৰ পদক ৷ যিকোনো সু- সভ্য নাগৰিকেই তেওলোকৰ একাগ্ৰতা , পাৰদৰ্শিতা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব ৷ কিন্তু ভাৰতৰ ইন্টাৰনেট দুনীয়াত লাভলীনা আৰু সিন্ধুৰ বিষয়ে কি আলোচনা চলিছে জানেনে ?