তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

বিপুল কলিতা এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক “শৰিয়া” আইনক কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে, স্থানীয় আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ মিত্ৰশক্তিয়ে কৰা গণহত্যা…









