Browsing Category
দেশ
হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজ !
আদানি এণ্টাৰপ্ৰাইজৰ ইছ্যুু এইবাৰ পালেগৈ সৰ্বোচ্চ ন্যায়ালয়।আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ বিৰুদ্ধে জনস্বাৰ্থ জড়িত আৱেদন দাখিল এগৰাকী অধিবক্তাৰ।অধিবক্তা এম এল শৰ্মাই আদানিৰ বিৰুদ্ধে অভিযোগ অনা হিণ্ডেনবাৰ্গ প্ৰতিষ্ঠান আৰু ইয়াৰ প্ৰতিষ্ঠাতা নাথন…
দেশত খৰতকীয়া হ’ব বিচাৰ প্ৰক্ৰিয়া
উচ্চতম ন্যায়ালয়ে শীঘ্ৰেই পাব ৫ গৰাকী নতুন ন্যায়াধীশ।এটৰ্নী জেনেৰেলে উচ্চতম ন্যায়ালয়ক দেশৰ তিনিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু দুখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক শীঘ্ৰেই নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিছে।ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ…
‘ৰাজহৰ বাবেই মদ নুখুৱাব’- আহ্বান বিজেপি নেত্ৰীৰ
সুৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ পাং পতা চৰকাৰক সকীয়ালে স্বয়ং বিজেপি নেত্ৰীয়েই।উল্লেখ্য যে দেশৰ বিত্তীয় নাটনিৰ জোৰা মাৰিবলৈ বিভিন্ন ৰাজ্যৰ চৰকাৰে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দোকান খোলাৰ সময়ো বৃদ্ধি কৰিছে।তেনে সমযতে বিজেপি দলৰে প্ৰাক্তন…
শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি
শীঘ্ৰেই নিৰ্মাণ হ’ব ৰাম-সীতাৰ মূৰ্তি ৷
সীতাৰ জনকপুৰৰ পৰা ৰামৰ অযোধ্যালৈ ৷
শালেগ্ৰাম অনা হ’ল ট্ৰাকেৰে ৷
সীতাৰ দেশৰ পৰা ৰামৰ দেশলৈ আহিল শিল ৷
আৰম্ভ হ’ব ৰাম-সীতাৰ মূৰ্তিৰ কাম ৷
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শালেগ্ৰাম পালেহি নেপালৰ পৰা৷দুয়োটা…
M power এ ভেটিব পাৰিব নে NPP ক ?
মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰে বিজেপিয়ে।ৰাজ্যখনৰ মুুঠ ৬০ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব৷আনহাতে,নাগালেণ্ডত ৬০ খন আসনৰ ২০ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব বিজেপিয়ে।বাকী সমষ্টিবোৰৰ…
‘প্ৰতিশ্ৰুতি দিলেই হৈ যায় বুলি ভাৱে বিজেপিয়ে!’
'দৰিদ্ৰৰ পকেট কাটি ধনীক সুৰক্ষিত কৰা বাজেট এইখন'-ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে বুধবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এনেদৰে।নতুন বাজেটখনে দৰিদ্ৰৰ পকেট কাটি ধনাঢ্যৰ পকেট মজবুত কৰাত গুৰুত্ব…
বিয়াৰ সাজোন কাচোনেই কাল হ’ল এখন বিয়াত !
মঙলবাৰে ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।ধানবাদৰ আশীৰ্বাদ টাৱাৰ এপাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১৪ জন লোকক মৃত্যু হয়।এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু নিলগৰ বিবাহ ভৱনত সম্পন্ন হৈছিল কন্যাৰ বিবাহ!বিবাহ অনুষ্ঠানত অংশ ল’বলৈ পৰিয়ালৰ…
‘বাজেটখন দেশৰ বাবে নহয়,দলৰ বাবেহে’
অমৃত কালৰ প্ৰথমখন বাজেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনা নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে।বুধবাৰে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সমালোচনা কৰি কয় যে মহাৰাষ্ট্ৰই এই বাজেটত একোৱেই নাপালে৷তাৰ বিপৰীতে গুজৰাট আৰু…
চুলিৰে কৌটিপতি এটা মন্দিৰ
আপুনি জানি আচৰিত হ’ব আপোনাৰ কটা চুলিৰ আছে এক বৃহৎ ব্যৱসায়।প্ৰতি কেজি চুলি বিক্ৰী হয় প্ৰায় ৩ হাজাৰ টকাত।তিৰুপতি মন্দিৰত মনোবাঞ্ছা পূৰণ হ’লে চুলি দান কৰাটো এক নিয়মৰ দৰে৷দেশৰ ভিতৰত তিৰুপতি মন্দিৰত ভক্তই সৰ্বাধিক চুলি দান কৰে।বিশ্বাস কৰা হয় এই…
আদানি OUT আম্বানি IN
LVMHৰ মুখ্য কাৰ্যবাহী বাৰ্নাড অৰনল্ট বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি।আদানিৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ৮৩.৯ বিলিয়ন । আনহাতে,হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ বিপৰ্যয়ৰ পাছত আদানিৰ সম্পত্তি হ্ৰাস হৈ হৈছেগৈ ৮৪ .৩ বিলিয়ন।ব্লুমবাৰ্গ ৰিপৰ্ট অনুসৰি আদানি বিগত সপ্তাহত…