সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

‘অস্কাৰ’ নহয় ‘ভাস্কৰ’ৰো যোগ্য নহয় ‘কাশ্মীৰ ফাইলচ’ !

বহুল চৰ্চিত কাশ্মীৰ ফাইলচ নামৰ চলচ্চিত্ৰখনক লৈ এনেদৰে সৰৱ হৈছে বলিউডৰ অভিনেতা প্ৰকাশ ৰাজ।উল্লেখযোগ্য যে 'কাশ্মীৰ ফাইলচ' নামৰ চলচ্চিত্ৰখন ২০২২ বৰ্ষৰ সবাতোকৈ চৰ্চিত চিনেমা৷জী ষ্টুডিঅ’ই প্ৰযোজনা কৰা আৰু বিবেক অগ্নিহোত্ৰীয়ে নিৰ্দেশনা দিয়া…

আজৱ নিৰ্দেশ : আলিংগন কৰক গৰুক !

১৪ ফেব্ৰুৱাৰীত 'গৰু আলিংগন দিৱস’ উদযাপনৰ আহ্বান !ভাৰত চৰকাৰৰ এক সংস্থাই দেশবাসীক উদ্দেশ্যি আগবঢ়াইছে এই আহ্বান ।‘গৰু গ্ৰাম্য অর্থনীতি আৰু ভাৰতীয় সংস্কৃতিৰ ৰাজহাড়।পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰাসনত বৈদিক পৰম্পৰা সংকটত।গৰুক আলিংগনে আবগিকভাবে মানুহক…

প্ৰধানমন্ত্ৰীক সমালোচনা,ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানিৰ সম্পৰ্কক লৈ মঙলবাৰে মুকলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে সদনত প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈ যথেষ্ট সৰৱ হৈছিল আৰু আদানিয়ে কেৱল ভাৰততে নহয়,বিশ্বৰ…

ভগৱতৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ

RSS প্ৰধান মোহন ভগৱতৰ বিৰুদ্ধে ট্ৰেণ্ডিং আৰম্ভ হৈছে সামাজিক মাধ্যমত।সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে ভগৱতৰ ব্ৰাহ্মণবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ দাবী তুলিছে।অৱশ্যে এতিয়ালৈকে ক্ষমা খোজা নাই মোহন ভগৱতে।তাৰ বিপৰীতে RSS ৰ…

আদানিৰ বিৰুদ্ধে নীৰৱ মমতা বেনাৰ্জী কিন্তু কিয়?

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰিছে গৌতম আদানিৰ সাম্ৰাজ্য।সনাপোটোকা হৈছে প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানিৰ নাম।বিৰোধী দলবোৰে যুটীয়া সংসদীয় সমিতিৰ জৰিয়তে বিষয়টোৰ তদন্ত দাবী কৰিছে।প্ৰায়সংখ্যক বিৰোধী দলেই আদানিৰ বিষয়টো সম্পৰ্কত একমত পোষণ কৰিছে…

‘আদানি কাণ্ড’ৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টৰ পিছত বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সাম্ৰাজ্যত লাগিছে তোলপাৰ।আদানিৰ সাম্ৰাজ্য খহিছে তাচপাতৰ দৰে৷লগে লগে আদানিৰ ৫ টা কোম্পানীত বিনিয়োগ কৰা LIC ত বিনিয়োগকাৰী সকলে সাঁচতীয়া ধন হেৰুৱাৰ ভয়ত হৈ পৰিছে…

মেয়ৰ লাগে,ন্যায়াল য়লৈ আপ

দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱা দুটা মাহ পাৰ হ’ল।নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আম আদমি পাৰ্টিয়ে।কিন্তু ৩ বাৰ চেষ্টা চলায়ো মেয়ৰ নিৰ্বাচন কৰিব পৰা নাই আপ দলে।উল্লেখযোগ্য যে সোমবাৰে তৃতীয়বাৰৰ বাবে মেয়ৰ নিৰ্বাচনৰ যোজা চলায়ো…

তিপ্ৰা’ক B টীম আখ্যা গৃহমন্ত্ৰীৰ

নৱগঠিত আঞ্চলিক দল তিপ্ৰা মঠাৰ নেতা প্ৰদ্যুত কিশোৰ দেৱবৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে।সোমবাৰে ত্ৰিপুৰাত এক নিৰ্বাচনী সভাত অংশ লৈ দেৱবৰ্মাই কয় " মই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে মাণিক্যই…

পাপৰ পৰা মুক্ত হ’বলৈ নামাজ !

প্ৰায়ে বিতৰ্কিত মন্তব্য দি চৰ্চাত থকা ৰামদেৱে মুছলমানক লৈ এইবাৰ পুনৰ আপত্তিজনক মন্তব্য কৰিছে।ৰামদেৱে কয় যে মুছলমান সকলে বিশ্বাস কৰে নামাজ পঢ়িলে সকলো পাপৰ পৰা নিজকে মুক্ত কৰিব পাৰি।যিকোনো অপৰাধ অথবা সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈ মছজিদত…

RSS এ সুৰক্ষা দিব আদানিক?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰা আদানিক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিছে।সংঘৰ মুখপত্ৰত প্ৰকাশিত এক লেখাত আদানিৰ সমৰ্থনত লিখিছে যে তেওঁৰ ওপৰত এই আক্ৰমণ এইবাৰেই প্ৰথম নহয়,বিগত ২৫ জানুৱাৰীৰ আক্ৰমণ আদানিৰ ওপৰত প্ৰথম…