আজৱ নিৰ্দেশ : আলিংগন কৰক গৰুক !

Share This Article

১৪ ফেব্ৰুৱাৰীত ‘গৰু আলিংগন দিৱস’ উদযাপনৰ আহ্বান !ভাৰত চৰকাৰৰ এক সংস্থাই দেশবাসীক উদ্দেশ্যি আগবঢ়াইছে এই আহ্বান ।‘গৰু গ্ৰাম্য অর্থনীতি আৰু ভাৰতীয় সংস্কৃতিৰ ৰাজহাড়।পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰাসনত বৈদিক পৰম্পৰা সংকটত।গৰুক আলিংগনে আবগিকভাবে মানুহক সমৃদ্ধ কৰিব।ই সামাজিক আৰু ব্যক্তিগত সন্তুষ্টিও কঢ়িয়াই আনিব।সেইবাবেই ১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন দিৱস উদযাপনৰ আহ্বান !’এই আহ্বান জনালে মীন,পশুপালন আৰু দুগ্ধ পালন বিভাগে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.