সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

বিজেপি নেতাক হত্যা

বিজেপি নেতাক হত্যা।ঘৰত প্ৰৱেশ কৰি হত্যা বিজেপি নেতাক।নিষিদ্ধ সংগঠনৰ সদস্যৰ গুলীত প্ৰাণ গ’ল বিজেপি নেতাৰ।ক’ত সংঘটিত এই ভয়াবহ ঘটনা?ছত্তীশগড়ৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।শুকুৰবাৰে নিশা বিজেপি নেতাগৰাকীৰ বাসগৃহত দুজন…

ভাৰতক ‘ভাল’ নালাগে ?

ৰাজ্যসভাত প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।লক্ষ লক্ষ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে ভাৰতৰ।২০১১ চনৰ পৰা মুঠ ১৬ লাখ ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰি আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।বিগত বৰ্ষত অৰ্থাৎ ২০২২চনত মুঠ ২,২৫,৬২০ জন ভাৰতীয়ই…

IPS ৰ বিৰুদ্ধে গৰ্জন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনেদৰে ধমক দিছে এগৰাকী আইপিএছ বিষয়াক।আইপিএছ বিষয়া গৰাকীয়ে তেওঁৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে টুইটাৰত অভিযোগ কৰিছিল।বিহাৰৰ অগ্নি নিৰ্বাপন বিভাগৰ IG বিকাশ বৈভৱে তেওঁৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে তেওঁৰ…

মাৰাত্মক ভুল অশোক গেহলটৰ !কিন্তু কি এই ভুল?

শুকুৰবাৰে পুৱাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংঘটিত কৰিলে এক অদ্ভুত কাণ্ড।উল্লেখ্য যে শুকুৰবাৰে আছিল ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশন !অধিৱেশনত উত্থাপন কৰাৰ কথা আছিল চৰকাৰৰ বাজেট।মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ৭ মিনিট সময় বিগত বৰ্ষৰ…

সমগ্ৰ দেশবাসীৰ বাবে এক সুখবৰ

খনিজ সম্পদত চহকী দেশ ভাৰতত উদ্ধাৰ লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ।এই লিথিয়াম বিদ্যুৎ চালিত বাহনৰ বেটাৰী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷খনি মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই তথ্য সংসদত দাখিল কৰে।জিঅ’লজিকেল চাৰ্ভে অব ইণ্ডিয়াই জম্মু কাশ্মীৰৰ ৰিচাই জিলাত ৫.৯…

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত আসোঁৱাহ

ৰাজস্থানৰ দৌচাত বৃহস্পতিবাৰে প্ৰায় ১০০০ কিলোগ্ৰামতকৈয়ো অধিক বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা বিষয়াসকল।অহা ১২ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দৌচাত উপস্থিত…

ভয়ংকৰ মুদ্ৰাস্ফীতি, মূৰ্তি নিৰ্মাণত পৰা নাই যতি !

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মূৰ্তি নিৰ্মাণৰ যেন চলিছে এক অবাধ প্ৰতিযোগিতা।গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সুউচ্চ মূৰ্তিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত নিৰ্মাণ হৈছে বিভিন্ন মূৰ্তি।এইবাৰ ৰামৰ ভাতৃ লক্ষ্মণৰ মূৰ্তি উদ্বোধন হ’ল…

‘বাল্যবিবাহৰ ভুক্তভোগীক দিয়ক সংস্থাপন’

অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনালেও কৈলাস সত্যাৰ্থী চিলড্ৰেন ফাউণ্ডেচনে অসম চৰকাৰক জনাইছে এক বিশেষ অনুৰোধ।উল্লেখ্য যে এতিয়ালৈকে অসমত বাল্য বিবাহৰ লগত জড়িত মুঠ ২,৫২৮ টা গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হৈছে৷ইতিমধ্যে মুঠ…

হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে শুনানি

বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সম্পত্তিৰ পাহাৰখন মাত্ৰ 'সৰু' এটা ৰিপৰ্টতে তচনচ হৈ পৰিল।সেই ৰিপৰ্টটো হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে প্ৰকাশ কৰিছিল বিগত ২৫ জানুৱাৰীত।লগে লগে LIC য়ে গৌতম আদানিৰ ৫টা কোম্পানীত কৰা বিনিয়োগৰ শ্বেয়াৰ হোৰাহোৰে…

প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি অব্যাহত যোশীমঠত

পুনৰ ফাঁট যোশীমঠত। প্ৰযুক্তিক প্ৰত্যাহ্বান জনাইছে প্ৰকৃতিয়ে।মুঠ ৮৬৮ গৃহত মেলিছে ফাঁট।চামলী জিলাৰ প্ৰশাসনে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে যোশীমঠ নগৰ এলেকাত বৰ্তমানেও অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ।যোশীমঠত পুনৰ নতুনকৈ ৫ টা ঘৰত ফাঁট…