Browsing Category
দেশ
‘৯৬ চনৰে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে
অযোধ্যাত বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে ৭০% সম্পূৰ্ণ হৈছে।ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মতে ২০২৪ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত এই মন্দিৰ মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব।
ন্যাসৰ সদস্য মণিৰাম দাস চাভনীৰয়ে…
‘বাওঁপন্থীৰ কব্জাত উইকিপিডিয়া !’
হয়,গুগলত কিবা তথ্য বিচাৰিলে প্ৰায়ে আমি উইকিপিডিয়াৰ তথ্য দেখা পাওঁ।সেই উইকিপিডিয়াৰ তথ্য কোনে যুগুত কৰে জানেনে?সেই তথ্য যুগুত কৰে বাওঁ দলৰ সদস্যই।এই অভিযোগ অভিনেত্ৰী কংগনা ৰাণাৱটৰ।উইকিপিডিয়াৰ তথ্যত তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰায়বোৰ তথ্যতে…
‘মোক ক্ষমা কৰক’
অপৰাধীক নিয়ন্ত্ৰণৰ নামত যধেমধে এনকাউণ্টাৰ চলোৱা কাৰ্য আৰম্ভ হৈছে দেশৰ প্ৰায় কেইখন ৰাজ্যত।এনেদৰে এনকাউণ্টাৰ আৰম্ভ হোৱা ৰাজ্যবোৰৰ ভিতৰত উত্তৰ প্ৰদেশ অন্যতম।যিকোনো অপৰাধীকেই গুলীয়াই অপৰাধ নিয়ন্ত্ৰণ কৰিব খুজিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী…
খঙত অগ্নিশৰ্মা ৰিজিজু
বৃটেইন ভ্ৰমণ সামৰি দেশত উপস্থিত হোৱাৰ পিছত আজি অৰ্থাৎ বৃহস্পতিবাৰে সদনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ কথা।সংসদত ৰাহুল গান্ধীৰ সৈতে মুখামুখি হোৱাৰ আগতে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় ' যিজন মানুহে দেশত আটাইতকৈ বেছিকৈ চৰকাৰক আক্ৰমণ কৰে,সেইজনেই…
কৃষক বিদ্ৰোহ !
মহাৰাষ্ট্ৰৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে,উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাভিছ আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ লগত বৃহস্পতিবাৰে পুনৰ আলোচনাত বহিব প্ৰতিবাদী কৃষকসকল।নাছিক…
মধ্য প্ৰদেশত পুনৰ ভোট ভঙাৰ উদ্দেশ্য নেকি আপৰ?
চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভূপালত এক সমদলত অংশ লৈ কয় যে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু আম…
ত্ৰস্ত শাসক ,বন্ধ কৰালে সমদল
আদানি গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি দিল্লীত বিৰোধী দলৰ নেতাসকলে ঐক্যবদ্ধভাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।বুধবাৰে দিল্লীত বিৰোধী নেতাৰ এক সমদলে ED ৰ কাৰ্যালয় অভিমুখে ৰাওনা হয় যদিও বিজয় চ’কৰ পৰা তেওঁলোকক আগবাঢ়িবলৈ দিয়া…
চাকৰি পায়ো হেৰুৱালে বহুতেই
বক্ৰপথেৰে চাকৰি লোৱা সকলক চাকৰিৰ পৰা অপসাৰণ নকৰিবলৈ আহ্বান জনাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।কলকতা উচ্চ ন্যায়ালয়ে বক্ৰপথেৰে নিযুক্তি লাভ কৰা শিক্ষক আৰু আন কৰ্মচাৰী সকলক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিন্ধান্ত লোৱাৰ পিছত ৰাজ্যখনৰ…
কন্যাই হত্যা কৰিলে মাতৃক
মুম্বাইৰ লালবাগ অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এগৰাকী মহিলাৰ এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে প্লাষ্টিকৰ বেগত।বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো এগৰাকী ৫৩ বছৰীয়া মহিলাৰ।আৰক্ষীয়ে কেইবামাহো আগতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।মৃত…
কিয় ক্ষমা খুজিব ৰাহুল গান্ধীয়ে?প্ৰশ্ন কংগ্ৰেছ সাংসদৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃটেইন ভ্ৰমণৰ সময়ত দিয়া ভাষণৰ বাবে ক্ষমা খোজাৰ দাবী তুলি আহিছে বিজেপি দলে।সোমবাৰে সদনৰ অধিৱেশন চলি থকাৰ সময়ত ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি সদনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল শাসক দল বিজেপিৰ সাংসদ…