Browsing Category
দেশ
চুঙা চাই সোপা দিলে মোডীক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰিছে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই।প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰি তেওঁ টুইটাৰত লিখিছে 'আদানিৰ চেল কোম্পানীৰ ২০, ০০০ কোটিৰ গৰাকী কোন হয়?ললিত মোডী,নীৰৱ মোডী,মেহুল চকচী,বিজয় মালিয়া,যতীন মেহতা আপোনাৰ…
উৰ্বশী মৰাণক লাগে স্বামীৰ সন্ধান
স্বামীৰ সন্ধান বিচাৰি DGPৰ ওচৰত উৰ্বশী মৰাণ।মঙলবাৰে কণমানি সন্তানক লগত লৈ DGPৰ কাৰ্যালয়ত উৰ্বশী মৰাণ ।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল প্ৰাঞ্জল মৰাণ ।৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ গৈছিল প্ৰাঞ্জল ।বৰ্তমানেও কোনো খবৰ নাই…
মোডীৰ বিৰুদ্ধে দেশজোৰা প’ষ্টাৰিং
দেশত চলিছে এতিয়া প'ষ্টাৰিঙৰ ৰাজনীতি। কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প'ষ্টাৰিং কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প'ষ্টাৰিং কৰা…
ইউক্ৰেইনৰ MBBS এ ভাৰতত দিব পাৰিব পৰীক্ষা
ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেল শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ।যিসকল শিক্ষাৰ্থীয়ে যুদ্ধৰ পৰিপ্ৰেক্ষিতত আধাতে মেডিকেল শিক্ষা সামৰি দেশলৈ গুছি আহিছিল ,তেওঁলোকে কোনো মেডিকেল কলেজত নামভৰ্তি নকৰাকৈ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ MBBS পৰীক্ষাত অৱতীৰ্ণ হ’ব…
চুপ ,মোডী -আদানি সম্পৰ্কত একো নুসুধিব !
ৰাহুল গান্ধীয়ে শীঘ্ৰেই এৰিব চৰকাৰী আবাস।এই কথা নিশ্চিত কৰে ৰাহুল গান্ধীয়ে ।বিগত শুকুৰবাৰে ছুৰাট আদালতৰ এক ৰায়ৰ ভিত্তিত লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।মোডী উপাধি সম্পৰ্কত কৰা এক মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ…
‘বিহ’ঢালি অমৃত পৰিণত মৰীচিকাত
খালিস্তানী নেতা অমৃতপাল সিঙক বিচাৰি হাবাথুৰি খাইছে আৰক্ষী।পঞ্জাৱ,হাৰিয়ানা,দিল্লী সকলোতে চলিছে অভিযান।অমৃতপালৰ সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে।দিল্লীৰ আইএছবিটিৰ চিচিটিভি ফুটেজতো বন্দী হৈছে অমৃতপাল কিন্তু সোঁশৰীৰে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই…
উৰহৰ খং ভগা ঢাৰিত জাৰিছে ৰাহুলে
কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী স্মৃতি ইৰাণীৰ খং উঠিছে।খং তেওঁৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত৷কিয় জানেনে?কাৰণ ইৰাণীৰ মতে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি থকা ঘৃণা বৰ্তমান দেশৰ প্ৰতি এক ভেঙুচালি তথা অপমানৰ ৰূপ…
পুনৰ ছাভাৰকাৰ বিতৰ্ক !
ৰাহুল গান্ধীৰ এটা মন্তব্যই যতি পেলাব নেকি বিৰোধী ঐক্যত ?উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত শনিবাৰে তেওঁৰ লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে।সেই সংবাদমেলতে ৰাহুল গান্ধীয়ে ২০১৯ চনৰ এটা বক্তব্যৰ বাবে…
অস্তমিত হোৱাৰ দিশে বিজেপিৰ সূৰুয ?
হয়,এখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে শ শ প্ৰতিবাদী জনতাই।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ বাসগৃহত জনতাই কৰিছে শিলাবৰ্ষণ।চিমংগা জিলাত থকা য়েডুৰাপ্পাৰ বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰক্ষীয়ে বাঞ্জাৰা…
হা ভাত,হা কাপোৰ …আৰ্তনাদ জনতাৰ
ভয়ংকৰ মুদ্ৰাস্ফীতিয়ে কোঙা কৰিছে এখন দেশ।ময়দা আৰু কণীৰ বাহিৰে একোৱে ভাবিব নোৱাৰা হৈছে দেশখনৰ জনতাই।শ্ৰীলংকাৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত ।ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত সৃষ্টি হৈছে এই ভয়ংকৰ পৰিৱেশ।দিনে দিনে গভীৰৰ পৰা গভীৰতৰ হৈছে…