সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

খঙত অগ্নিশৰ্মা ৰিজিজু কিন্তু কিয়?

ৰাহুল গান্ধী চুৰাট আদালতলৈ যোৱাক লৈ তীব্ৰ অসন্তুষ্ট বিজেপি দল।কেইবাগৰাকীও বিজেপি নেতাই ৰাহুল গান্ধীৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷গৰজি উঠিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু।কংগ্ৰেছৰ চুৰাট আদালতলৈ যোৱা পদক্ষেপক ' নাটক ' আৰু…

ৰাহুল গান্ধী যাব,সষ্টম আৰক্ষী

সোমবাৰে বিয়লি কংগ্ৰেছ নেতা ৰাহুল গান্ধী চুৰাট আদালতত উপস্থিত হোৱাৰ কথা ।ইতিমধ্যে গুজৰাট চৰকাৰে চুৰাটত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে বিয়লি চুৰাট আদালতৰ ৰায় সন্দৰ্ভত আদালতত পুনৰ আৱেদন জনোৱাৰ বাবে আদালতত…

৫ মাওবাদী নিহত

সোমবাৰে পুৱা ঝাৰখাণ্ডত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ৫ মাওবাদী নিহত হয়।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিহত মাওবাদীৰ এজনৰ মূৰৰ মূল্য ২৫ লাখ টকা ঘোষণা কৰা আছিল আৰক্ষীৰ তৰফৰ পৰা।ঝাৰখাণ্ডৰ চাট্ৰা জিলাত সোমবাৰে পুৱা ১০ মান বজাত এই ঘটনা সংঘটিত…

কথাৰ কটাকটি,জ্বলাই দিলে ৰে’ল

দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা।কেৰালাৰ ক’জিকৰেৰ ইলাথুৰ ষ্টেচনত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।এজন যাত্ৰীয়ে সহযাত্ৰীৰ লগত হোৱা বাকবিতণ্ডাৰ বাবে জ্বলাই দিয়ে এটা ডবা।অগ্নিকাণ্ডৰ ফলত ৩জন লোক নিহত আৰু ৮ জন লোক গুৰুতৰভাৱে আহত হয়।নিহত…

চুৰাটলৈ ৰাহুল গান্ধী

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে চুৰাটত উপস্থিত হোৱাৰ কথা।দলটোৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে আদালতৰ ৰায়টোত অন্তৰ্বতীকালীন স্থগিতাদেশৰ বাবে আৱেদন জনাব।উল্লেখ্য যে বিগত ২৩ মাৰ্চত চুৰাটৰ…

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

‘যদু-মধু’ক ‘ফুল’ বনোৱাৰ দিন গ’ল, চৰকাৰেহে বনাই জনতাক ‘যদু-মধু’

মধুলৈ ফোন আহিল, তোৰ ভণ্টি পলাই গ'ল। যদুক শোৱা পাটীতে কোনোবাই আহি ক'লে তোক পুলিছে বিচাৰি আছে, এতিয়াই পলা।এনেকৈ বহুতেই আজি পুৱাৰ ভাগতে বহুত খবৰ পালে। দিন-বাৰ হিচাপ ৰাখিছে যদি সেইসকল স্থিতপ্ৰজ্ঞৰ দৰে নিজৰ কামতে ব্যস্ত থাকিল, মনত নথকাসকলে পুৱাই…

ৰাহুল গান্ধী বোলে ৰাষ্ট্ৰ পুত্ৰ !

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ কংগ্ৰেছ। প্ৰতিদিনেই কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈছে ৰাজপথ। উত্তাল হৈছে সংসদ,উত্তাল হৈছে সংসদ চৌহদ আৰু উত্তাল…

কেকোঁৰাই চেপাদি চেপিছে,কুঁহিয়াৰ পেৰাদি পেৰিছে মোডীয়ে

মোডীৰ অমৃতকালৰ কেকোঁৰাচেপাত বিধ্বস্ত দেশবাসী অমৃতকালৰ অভিশাপ কঢ়িয়াবলৈ সাজু নে আপুনি? অমৃতকালৰ ভয়ংকৰ অভিশাপ জাপি দিলে খোদ মোডী চৰকাৰেই।কাৰণ, ঔষধৰ দাম বাঢ়িল। পৌৰ কৰ বাঢ়িল। বিদ্যুতৰ ফিক্সড চার্জ বাঢ়িল। পুনৰ বাঢ়িল টোল কৰ। এক ভয়াবহ অৱস্থা।  কাৰণ…

তৃণমূল কংগ্ৰেছত ক্ষোভ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলে গ্ৰহণ কৰা কিছু পদক্ষেপক লৈ তীব্ৰ অসন্তুষ্টি আৰম্ভ হৈছে দলৰ ভিতৰচ’ৰাত।দলটোৰ পক্ষপাতিত্বমূলক পদক্ষেপক লৈ দলীয় নেতৃত্বক সমালোচনা কৰিছে বিৰোধী দল বিজেপিয়েও।উল্লেখ্য যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ৬ দিনৰ…