সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

অমৃতপাল ডিব্ৰুগড়ত কিয়?

পঞ্জাৱ, দিল্লী, উত্তৰপ্ৰদেশৰ পৰিৱৰ্তে ডিব্ৰুগড় কাৰাগাৰত কিয় অমৃতপাল?পঞ্জাৱ, দিল্লী আৰু উত্তৰপ্ৰদেশত ১৪ খনকৈ কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পাছতো খালিস্তানী নেতা অমৃতপালক কিয় অনা হল ডিব্ৰুগড় কাৰাগাৰলৈ? যোৱা ২৩ এপ্ৰিলত ধৰা পৰিছিল অমৃতপাল।লগে লগে…

হিৰ’ৰ পৰা জিৰ’ বনাব প্ৰধানমন্ত্ৰী মোডীক !

বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আৰম্ভ হৈছিল বিৰোধীৰ সংগ্ৰাম ! বিহাৰৰ পৰাই হ'ব নেকি বিৰোধী ঐক্যৰ আৰম্ভণি? বিৰোধী ঐক্যৰ নেতৃত্ব ল'ব নেকি নীতিশ কুমাৰে? সমুখত ২০২৪ চনৰ লোকসভা নিৰ্বাচন।মাজত মাথোঁ সময় প্ৰায় এবছৰ। আৰু তাৰ বাবেই শাসকীয়…

‘পাপ্পু’ৱেই পতন মাতিব বিজেপিৰ ?

কৰ্ণাটকৰ নিৰ্বাচনক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ কোৱাৰ্টাৰ ফাইনেল হিচাপে ইমান দিনে ঘোষণা কৰি অহা বিজেপিয়ে যেন নিজৰ কথাতেই উজুটি খাইছে।হিণ্ডেনবাৰ্গ ৰিছাৰ্ছৰ ৰিপৰ্টত প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কক লৈ যি তথ্য প্ৰকাশ…

প্ৰধানমন্ত্ৰী মোডীৰ মুদা মৰিব ২০২৪ ত !

ED ,CBI ৰ দৰে পাশুপাত অস্ত্ৰয়ো ত্ৰাসৰ সৃষ্টি কৰিব পৰা নাই বিৰোধী শিবিৰত।আপ দলৰ দিল্লীৰ প্ৰাক্তন উপমুখ্য মন্ত্ৰী মণীষ ছিছ’ডিয়া,প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দৰে নেতাক কাৰাগাৰত ৰাখিও কাবু কৰিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

বুমেৰাঙত পৰিণত অসম-অৰুণাচল শান্তি চুক্তি!

২০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিলে শান্তি চুক্তিত। দুই ৰাজ্যৰ বিবদমান এলেকা সন্দৰ্ভত এই বৈঠকতে লোৱা হৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।…

মুখ্যমন্ত্ৰী হটাও ,বিজেপি বচাও !

একেৰাহে চতুৰ্থ গৰাকী বিধায়কে বিষয়বাব এৰিলে মণিপুৰত।উৰিপকৰ বিজেপি বিধায়ক খোৱাৰিকপাম ৰঘুমণিয়ে সোমবাৰে মণিপুৰৰ ৰিণিউৱেবল এনাৰ্জি ডেভলেপমেণ্ট এজেন্সিৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰে।পদত্যাগ পত্ৰখনত তেওঁ লিখিছে যে ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ…

নিজৰ কথাত নিজেই বান্ধ খালে ECI

দ্যা ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ কৰিছিল।বাতৰিটোত ২০১৯ চনৰ নিৰ্বাচনত ব্যৱহৃত ৬ লাখ ৫০ হাজাৰ VVPAT ত্ৰুটিপূৰ্ণ বুলি উল্লেখ কৰিছিল ৷বিগত ১৮ এপ্ৰিলত ৱায়াৰত প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ…

তথ্য লুকুৱাই বিপদত ছিৰামৰ CEO

২০২০ চনত সমগ্ৰ দেশত দেখা দিয়া ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২০২১ চনৰ পৰা ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লৈছিল ভাৰত চৰকাৰে।ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিয়াইছিল কভিশ্বিল্ড।এই কভিশ্বিল্ড প্ৰস্তুত কৰি ভয়ংকৰ বিপদত পৰিছে ছিৰাম ইনষ্টিটিউটৰ…

বংশ বৃদ্ধি দূৰৰে কথা,চিতা গৈ চিতাতহে উঠিল !

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত দ্বিতীয়টোৰ মৃত্যু হয় দেওবাৰে।চিতাটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।বিগত মাৰ্চ মাহতো এটা চিতাৰ মৃত্যু হৈছিল।ৱাইল্ড লাইফ ৱাৰ্ডেন জে এছ চৌহানে…

NRC CAA নহ’ব পশ্চিম বংগত !

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘৃণাৰ ৰাজনীতি কৰা সকলক কঠোৰ সকীয়নি দিয়ে।কলকাতাৰ ৰেড ৰ’ডত ঈদৰ নামাজত অংশ লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ' কিছু সংখ্যক লোকে দেশখনক দ্বিখণ্ডিত কৰিব বিচাৰিছে।তেওঁলোকে ঘৃণাৰ…