Browsing Category
দেশ
মনৰ কথা কয় কিন্তু শুনা মানুহ নাই !
মোডীৰ মন কী বাত কোনেও নুশুনে !উত্তৰ – দক্ষিণ – পূৱ সকলোতে মন কী বাতলৈ অনীহা।চি এছ ডি এছৰ সমীক্ষাই উদঙালে ভুৱা দাবীৰ স্বৰূপ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতৰ ১০০ সংখ্যক এপিচোড সম্প্ৰচাৰ হ’ব দেওবাৰে । তাৰ বাবে দেশজুৰি ব্যাপক আয়োজন…
IPL এ ধ্বংস কৰিব ক্ৰিকেটক !
৬ জন ক্ৰিকেটাৰক ২০ কোটি টকাৰ অফাৰ IPLৰ! দেশৰ ক্ৰিকেটক শেষ কৰাৰ পৰিকল্পনা IPL ফ্ৰেঞ্চাইজীৰ! ইংলেণ্ডৰ ক্ৰিকেটাৰক মোটা অংকৰ ধনৰ প্ৰলোভন IPL ফ্ৰেঞ্চাইজীৰ ! আই পি এল দলবোৰে দেশৰ হৈ খেলি ক্ৰিকেটাৰসকলে যিমান ধন লাভ কৰে তাতকৈ বহুত বেছি ধন পৰিশোধ…
ধানৰ ভাপ,ঋষিৰ শাপ দুয়োটাতে দগ্ধ বিজেপি !
কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে জোলোকাজোলোকে পানী খুওৱাৰ সময়তে বিজেপি দলৰ বাবে অশনি সংকেত কঢ়িয়াইছে বিৰোধী ঐক্যই ।বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবে নানান কূট কৌশল ৰচনা কৰিও ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া ভিতৰি ভিতৰি যেন ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত…
ভিটামিন খাওঁতে সাৱধান !
সাৱধান!ঔষধৰ নামত বৰবিহ বিক্ৰী হৈ আছে বজাৰত!আজিয়েই পৰীক্ষা কৰক কি কি ঔষধ সেৱন কৰাটো বিপজ্জনক !
সততে ব্যৱহাৰ হোৱা কেইবাটাও ঔষধ সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সতৰ্কবাণী। আইৰণ, ফলিক এচিড টেবলেট তথা প্ৰ’বায়’টিককে ধৰি মাল্টিভিটামিন টেবলেটলৈকে, ৪৮…
ভোকত মৰাতকৈ ভোটেই নিদিয়ে বিজেপিক !
কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই অনাগত নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই আনিছে বিজেপিলৈ।এডিনা নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত প্ৰকাশ যে কৰ্ণাটকৰ ভোটাৰক দুৰ্নীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই ইমানেই জুৰুলা…
জোপা এৰি খোপাত ধৰিছে বিজেপিয়ে !
প্ৰতিষ্ঠানবিৰোধী ঢৌৱে জুৰুলা কৰা বিজেপিক উদ্ধাৰৰ বাবে কৰ্ণাটকত ইখনৰ পাছত সিখন সমাবেশ ,সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই।বিগত ৫ টা বছৰ শাসনত থাকিও কৰ্ণাটকৰ উন্নয়ন সাধনত ব্যৰ্থ…
মধ্য প্ৰদেশত বিজেপি দুফাল !
মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত৷২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক…
মুছলমানৰ বাবেই জনসংখ্যা বৃদ্ধি ভাৰতত !
'ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে ইছলাম ধৰ্মী লোক' বিশ্ব হিন্দু পৰিষদ নেতা প্ৰবীণ টোগাৰীয়াৰ বিস্ফোৰক মন্তব্য এয়া।ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে মুছলমান ধৰ্মী লোক বুলি দাবী কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।তেওঁ কয় 'পৰিসংখ্যা অনুসৰি হিন্দুৰ ১.৮%…
ৰাজনীতি এৰিব ৰাহুল গান্ধীয়ে?
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ এটা মাহ পাৰ হ’ল !কি হ'ব 'ডিচকোৱালিফাইড এম পি'ৰ ৰাজনৈতিক ভৱিষ্যৎ?ৰাজনীতি ত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে?কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সম্পূৰ্ণ হ'ল এমাহ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ…
মুখ্যমন্ত্ৰীৰ সেই ‘বিশেষ’ ঘৰটো !
শাসক দল বিজেপিয়ে বিৰোধী দলবোৰক আক্ৰমণৰ বাবে কেৱল সুযোগ বিচাৰি থাকে ।এয়া অৱশ্যে কোনো নতুন কথা নহয় !বিৰোধীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হোৱাই নোহোৱাই আন ইছ্যু উলিয়াই ইছ্যুটো ডাইভাৰ্ট কৰাটো এতিয়া বিজেপিৰ এক পৰম্পৰাৰ দৰেই।
শেহতীয়াকৈ তেনে এক সুযোগ…