Browsing Category
দেশ
১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?
আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে।
https://twitter.com/adgpi/status/1920033786571481439
ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল…
Mock Drill: গৃহ মন্ত্ৰালয়ে কিয় দিলে মক ড্ৰিলৰ নিৰ্দেশ? ইয়াৰ পূৰ্বে দেশত কেতিয়া বাজিছিল চাইৰেন?
Mock Drill: ২২ এপ্ৰিলত জন্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ সতৰ্ক হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। এই ঘটনাত ২৬ গৰাকী নিৰীহ লোকৰ মৃত্যুৱে নিৰাপত্তাৰ দিশটোক লৈ নতুন চিন্তা বঢ়াই তুলিছে। এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…
ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ…
ISC Topper Srijani: দেশে স্বাধীনতা লাভৰ ৭৮ বছৰ হ’ল। কিন্তু স্বাধীনতাৰ ৭৮ বছৰ পিছতো লাগি থাকিল এটা ৰোগ। নাম বৈষম্যতা। ভাৰতত বহু প্ৰকাৰৰ বৈষম্য আছে। ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক বৈষম্য ইত্যাদি ইত্যাদি। আজিও বৈষম্যতাৰ কৱলত পৰি হীনমান্যতাত ভুগি…
Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!
কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…
POK- আচলতে কিমান ‘আজাদ’?
চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে…
আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন
তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট।…
ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!
ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে?
সেই বিশেষ দিনটো…
দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি
দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি…
মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী
‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।
ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’
‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷'
১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…