সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

মহাপৰাক্ৰমী’ হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি মণিপুৰীৰ !

হিমন্ত কোন? এই প্ৰশ্ন আমাৰ নহয়। এই প্ৰশ্ন উত্থাপন হৈছে মনিপুৰৰ পৰা। সংঘাতজৰ্জৰ মনিপুৰে এতিয়া প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মা কোন? মনিপুৰৰ জনপ্ৰিয় কাকত 'ইম্ফল ফ্ৰী প্ৰেছ'ৰ সম্পাদকীয়ত উষ্মাৰে সোধা হৈছে, হিমন্ত কোন? সম্পাদকীয়টোত লিখিছে, আমি…

যুদ্ধ নহয়,বিদ্ৰোহ হ’ব কুৰুক্ষেত্ৰত !

দেশত পুনৰ এক বৃহৎ কৃষক আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে। ইতিমধ্যে এনে আন্দোলনৰ কথা ঘোষণা কৰিছে দেশৰ অগ্ৰণী কৃষক নেতা ৰাকেশ টিকাইটে। সোমবাৰে কৃষকৰ আন্দোলনত উত্তপ্ত হৈ পৰিল হাৰিয়ানাৰ কুৰুক্ষেত্ৰ। বিগত মঙলবাৰ অৰ্থাৎ ৬ জুনত কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত…

২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি

কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি। তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ…

প্ৰেয়সীৰ মাংস সিজালে কুকাৰত !

গুৱাহাটীৰ বন্দনা,দিল্লীৰ শ্ৰদ্ধাতকৈয়ো ভয়াবহ কাণ্ড সংঘটিত হ’ল এইবাৰ মুম্বাইত।নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মনোজ ছৈনী নামৰ এজন ৫৬ বছৰীয়া ব্যক্তি।মুম্বাইৰ গীতানগৰ ফেজ ছেভেনত থকা আকাশদ্বীপ নামৰ এপাৰ্টমেণ্টটোত সংঘটিত…

মোদীৰ মেজিক , মোদীৰ চমক শেষ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি…

হোৱাটচএপ ষ্টেটাছ দিওঁতে সাৱধান !

মহাৰাষ্ট্ৰৰ কোলহাপুৰত বুধবাৰে এক অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হয়।সামাজিক মাধ্যমত টিপু চুলতান আৰু ঔৰংগজেৱক লৈ দিয়া কিছু বিতৰ্কিত আপডেটৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় কোলহাপুৰত।কলহাপুৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ চ’কত বুধবাৰে কেইবাটাও হিন্দুত্ববাদী…

চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ…

ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !

২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ…

কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?

জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে , নিৰ্বিকাৰ দিল্লীৰ প্ৰভু ।…

প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ

'দা কেৰালা ষ্ট'ৰী' চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল 'দা কেৰালা ষ্ট'ৰী'ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ…