সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

স্বাস্হ্য

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…

ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?

মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি আই অবেদন , বিধানসভাত তিনিগৰাকী…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…

আৰোগ্য হ’ব ডায়েবেটিছৰ পৰা:হাভাৰ্ডৰ পৰা বিজ্ঞানী ৰুবুল মাউতে কি আশাৰ খবৰ দিলে?

ডায়েবেটিছ বা বহুমুত্ৰ ৰোগ আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে ৷ বহু সময়ত ই ঘাতক ৰোগতো পৰিণত হৈছে ৷ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ যদিও ইয়াৰ পৰা আৰোগ্য হ’ব নোৱাৰি ৷ কিন্তু ইনছুলিন আৱিষ্কাৰ হোৱাৰ এশ বছৰ পাছত ডায়েবেটিছৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য…

দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

পুনৰ ভয়ানক ৰূপত আহিছে ক'ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ…

আপোনাৰ মেডিক্লেইম(স্বাস্থ্য বীমা)পলিচি আছেনে?

বিপুল কলিতা জীৱন বীমা কৰোৱা মানুহ দেখিলে দুৰতে নমস্কাৰ কৰিব খোজা ভাৰতীয় মানুহৰ এটা মানসিকতা আছে।আনফালে আমেৰিকা কে ধৰি বিশ্বৰ উন্নত দেশ সমুহ জীৱনবীমা বাধ্যবাধক আৰু প্ৰত্যেক পৰিয়ালৰ অবিচ্ছেদ্য অংগ।যিদৰে ভাৰতত আপোনাৰ বাহনখনৰ বীমা কৰোৱাতো…

মহ আৰু ডেংগু নিয়ন্ত্ৰণৰ বাবে পশ্চিম বংগ চৰকাৰে ব্যৱহাৰ কৰিছে গাপ্পি মাছঃ অসমে পাৰিবনে?

কিছু দিনৰ পূৰ্বে কলিকতাৰ শিলিগুৰি চহৰৰ নিষ্কাশন নলাৰ মহ নাইকিয়া কৰিবলৈ এৰি দিয়া হৈছিল গাপ্পি মাছ। প্ৰদূষণৰ বাবে এই গাপ্পি মাছ জীয়াই নাথাকিল। সেয়েহে এইবাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ আৰু শিলিগুৰি জলপাইগুৰি উন্নয়ন প্ৰাধিকৰণ ব'ৰ্ডৰ…

বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন

বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ'ব হুপি ল'ব পৰা ক'ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল'ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…